--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  চণ্ডীগড়ৰ ডেৰাবছিত লটাৰীত জয়লাভ কৰিছে ৮৮ বছৰীয়া এজন ব্যক্তিয়ে। ৫ কোটিৰ লটাৰী জিকি তেওঁ খুবেই সুখী। সুখ প্ৰকাশ কৰি তেওঁ কয় যে যোৱা ৩৫-৪০ বছৰ ধৰি তেওঁ লটাৰী ক্ৰয় কৰি আহিছে। তেওঁ বিজয়ী ধনখিনি পুত্ৰ দুজনৰ মাজত বিতৰণ কৰিব বিচাৰে।

মহন্ত দ্বাৰকা দাসৰ পুত্ৰ নৰেন্দ্ৰ কুমাৰ শৰ্মাই কয় যে দেউতাই মোৰ ভতিজাক লটাৰীৰ টিকট কিনিবলৈ টকা দিছিল। ইয়াৰ পাছত তেওঁ লটাৰীত জয়ী হৈছে আৰু আমি সকলোৱে বহুত সুখী অনুভৱ কৰিছো।

লটাৰীৰ সঞ্চালক কৰম সিঙে এই কথা ঘোষণা কৰে। তেওঁ কয় যে ১৬ জানুৱাৰীত পঞ্জাৱ ৰাজ্যিক লোহৰী মকৰ সংক্ৰান্তি বাম্পাৰ লটাৰী ২০২৩ৰ ফলাফল ঘোষণা কৰা হৈছিল। ইয়াত দ্বাৰকা দাসে ৫ কোটি টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে। নিৰ্ধাৰিত পদ্ধতি সম্পূৰ্ণ কৰাৰ পিছত ৩০ শতাংশ কৰ কৰ্তন কৰি মহন্ত পৰিয়ালক সেই ধনৰাশি দিয়া হ’ব।


সংবাদ সংস্থা এএনআইৰ প্ৰতিবেদন অনুসৰি লটাৰী বিজয়ী মহন্ত দ্বাৰকা দাসে কয় যে মই অতি সুখী অনুভৱ কৰিছো। তেওঁ কয় যে যোৱা ৩৫-৪০ বছৰ ধৰি তেওঁ লটাৰী কিনিছিল।

উল্লেখযোগ্য যে পঞ্জাৱ ৰাজ্যত ১৬ জানুৱাৰীত লোহৰি মাকৰ সংক্ৰান্তি বাম্পাৰ লটাৰী ২০২৩ৰ ফলাফল ঘোষণা কৰা হয়। এই ফলাফলত দ্বাৰকা দাসে ৫ কোটি টকাৰে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক