--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত দেওবাৰে ৩৩৫গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত সংক্ৰমিত হৈছে৷

ইয়াৰ লগে লগে সক্ৰিয় ৰোগীৰ সংখ্যা ১,৭০১লৈ বৃদ্ধি পাইছে৷ ক’ভিডৰ নতুন ঢৌত
পাঁচজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে৷ 

দেশত মুঠ কোভিড আক্ৰান্তৰ সংখ্যা আছিল ৪.৫০ কোটি৷ সংক্ৰমণৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪.৪৬ কোটি৷  আৰোগ্যৰ হাৰ আছিল ৯৮.৮১ শতাংশ৷

এতিয়ালৈকে ক’ভিডৰ ফলত ৫ লাখ ৩৩ হাজাৰ ৩১৬গৰাকী লোকৰ মৃত্যু হৈছে৷

মন্ত্ৰণালয়ৰ ৱেবছাইটৰ তথ্য অনুসৰি দেশত এতিয়ালৈকে ২২০.৬৭ কোটি ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক