--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন প্ৰজন্মৰ মাজত ৰেষ্টুৰেণ্টলৈ যোৱাটো অতি সাধাৰণ কথা। সময়ৰ লগে লগে ৰেষ্টুৰেণ্ট আৰু খাদ্যৰ সংখ্যাও বৃদ্ধি পাইছে। কিন্তু সমস্যাটোও আছে। ৰেষ্টুৰেণ্ট এখনত গৈ কি খাব সেই লৈ বিভ্ৰান্ত এই প্ৰজন্ম। ব্ৰিটিছ খাদ্য শৃংখল সংস্থা এটাৰ এক অধ্যয়নত তেনেকৈ কোৱা হৈছে।

বহুতে খাদ্যৰ ওপৰত বিশেষ পৰীক্ষা-নিৰীক্ষা কৰি ভাল নাপায়। গতিকে নতুন একো বাছি নোলোৱাকৈ চকু মুদি বিৰিয়ানীত ৰৈ যায়। কিন্তু সকলো একে নহয়। মেন্যুৰ কোনবিধ খাব সেই লৈ বিভ্ৰান্ত হৈ পৰে।

শেহতীয়া এক অধ্যয়ন অনুসৰি এই সমস্যা মূলতঃ নৱ প্ৰজন্মৰ। ব্ৰিটেইনৰ এটা খাদ্য শৃংখল সংস্থাই এই লক্ষণটোক ‘মেনু উদ্বেগ’ নাম দিছিল।

ব্ৰিটিছ খাদ্য শৃংখল "প্ৰেজ্জো" নামৰ সংস্থাটোৱে বিভিন্ন ৰেষ্টুৰেণ্টত দুহেজাৰৰো অধিক লোকৰ ওপৰত জৰীপ চলাইছিল। তাত দেখা যায়, ১৮ৰ পৰা ২৪ বছৰ বয়সৰ প্ৰায় ৩৪ শতাংশ লোক এই ৰোগৰ বলি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক