--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্তই ৰাহুল গান্ধীক দিছে এক বিশেষ পৰামৰ্শ। ৰাখী সাৱন্তই ৰাহুল গান্ধীক পৰামৰ্শ দিয়া ভিডিঅ'টো প্ৰকাশ পোৱাৰ পাছত ক্ৰমান্বয়ে ই ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত ৰঙা ৰঙৰ চুট পিন্ধা দেখা গৈছে ৰাখী সাৱন্তক। এই সময়ছোৱাত তেওঁ চুলিখিনি খোলা ৰাখিছে। আচলতে এই ভিডিঅ'টোত ৰাখী সাৱন্তই ২০২৪ চনৰ লোকসভাত জয়ী হোৱাৰ মন্ত্ৰ দিছে ৰাহুল গান্ধীক। 

ৰাখী সাৱন্তই কয় যে ৰাহুল গান্ধী যদি বিগ বছত আহে তেন্তে পৰৱৰ্তী নিৰ্বাচনত তেওঁ জয়ী হ’ব। বিগ বছে সকলোৰে জীৱন গঢ়ি তোলে নহয়নে? বিগ বছে সকলোৰে জীৱন শুদ্ধ কৰি তোলে। ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ৰাখী সাৱন্তৰ এই ভিডিঅ'টো।

উল্লেখ্য যে ৰাখী সাৱন্তই শেহতীয়াকৈ বিলাহীৰ দাম বৃদ্ধিৰ কথা কৈছিল। ৰাখীয়ে কৈছিল যে বিলাহীৰ দাম বৃদ্ধি হোৱাৰ কথাটো মনত ৰাখি এতিয়া তেওঁ নিজৰ ঘৰতে নিজৰ বিলাহী গছৰ খেতি কৰাৰ কথা ভাবিছে আৰু সেই গছৰ পৰাই বিলাহী ছিঙি খোৱাৰ হেঁপাহ পুহি ৰাখিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস