--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশ লৈছিল হাৰিয়ানাৰ মহিলা মল্লযুজাঁৰু নেনা কানৱাল। ৰাহুল গান্ধীৰ স’তে নেইনাই হাতত ধৰি খোজকঢ়াৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷

উল্লেখ্য যে ৰাজস্থান আৰক্ষীত ক্ৰীড়াৰ সংৰক্ষণ কোটাত আৰক্ষী উপ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল নেইনা কানৱালে। কিন্তু ভাৰত জোড়ো যাত্ৰাত অংশ লোৱাৰ বাবে আৰক্ষী সঞ্চালকালয়ে নিলম্বন কৰিছে মল্লযুঁজাৰুগৰাকীক৷ উপ আৰক্ষী সঞ্চালক এছ সেঙ্গত্থিৰে জনোৱা অনুসৰি নেইনাৰ বিৰুদ্ধে তদন্ত চলি আছে, তদন্ত শেষ নোহোৱালৈকে আৰক্ষীয়ে একো প্ৰকাশ নকৰে৷

ইতিমধ্যে ৰাজস্থান আৰক্ষীৰ সঞ্চালকালয়ে নেইনাক নিলম্বিত কৰিছে৷  তাৰপাছতে নেইনাক লৈ সামাজিক মাধ্যমত চৰ্চা চলি আছে৷ নেনাৰ প্ৰকৃত ঘৰ হাৰিয়ানৰৰ সৌনিপতত হ’লেও নেইনাক লৈ বহুকেইখন ৰাজ্যৰ আৰক্ষীৰ দৃষ্টি নিবদ্ধ হৈ আছে৷

উল্লেখযোগ্য যে, নেইনা কানৱালে মল্লযুদ্ধত এছিয়া চেম্পিয়নশ্বিপত  ভাৰতৰ হৈ স্বৰ্ণপদক জয় কৰিছিল৷ ৬বাৰ ভাৰত কেশৰী আৰু ৭ বাৰ হাৰিয়ানা কেশৰীৰ সন্মানো লাভ কৰিছে মল্লযুঁজাৰুগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক