--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতৰ তাৰকা বেটাৰ বিৰাট কোহলী শেহতীয়াকৈ ঘোষিত আই চি চি এদিনীয়া ৰেংকিং তালিকাত বেটাৰৰ শাখাত চতুর্থ স্থানলৈ উন্নীত হৈছে। 

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফীৰ মঙলবাৰৰ ছেমি ফাইনেলত মেচ জয়ী প্রদর্শন দাঙি ধৰাৰ সুবাদতে শীর্ষ-৪-ত প্ৰৱেশ কৰিছে কোহলীয়ে। চলিত চেম্পিয়নছ ট্রফীত এই পর্যন্ত দুৰন্ত ফর্ম অব্যাহত ৰখা কোহলীয়ে ১টা শতৰান আৰু এটা অর্ধ-শতৰানৰ সহায়ত ৭২.৩৩ গড়ে ৪টা ইনিংছত সংগ্রহ কৰিছে ২১৭ ৰান। 

ইফালে, কোহলীৰ সতীর্থ শুভমন গীলে ৭৯১ ৰেটিং পইন্টেৰে শীৰ্ষস্থান অক্ষত ৰাখিছে। আনহাতে, অলৰাউণ্ডাৰৰ তালিকাত অক্ষৰ পেটেলে ১৯৪ ৰেটিং পইন্ট গোটাই ১৭টা স্থান আগুৱাই ত্রয়োদশ স্থানত উপনীত হৈছে। ইফালে, বলাৰৰ তালিকাত ভাৰতৰ মহম্মদ ছামীয়ে ৬০৯ ৰেটিং পইন্টেৰে তিনিটা স্থান আগুৱাই একাদশ স্থানত ৰৈছে।


উৎসঃ দৈনিক জনমভূমি

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক