--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুনীল নাৰিনৰ মুখৰ ভাব প্ৰায় সদায় একেই। খেলপথাৰত তেওঁক হাঁহি থকা দেখা নাযায়।  কলকাতা নাইট ৰাইডাৰ্ছৰ অল-ৰাউণ্ডাৰগৰাকীৰ এনে প্ৰকাশক লৈ ক্ৰিকেটপ্ৰেমীৰ জল্পনা-কল্পনাৰ অন্ত নাই। কিয় ইমান গম্ভীৰ নাৰিন?

নাৰিনৰ ঘনিষ্ঠ বন্ধু তথা কেকেআৰৰ আন এজন কেৰিবিয়ান অল-ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে কয়, ‘নাৰিনৰ ৫০০খন মেচ খেলা হৈছে। ইমানবোৰ মেচ খেলি এজন ব্যক্তিয়ে সহজে উত্তেজিত নহয়। নাৰিনৰ ক্ষেত্ৰতো একেই কথা।’’

কেকেআৰৰ যুৱ বেটছমেন ৰঘুবংশীয়ে ৰাছেলৰ যুক্তি মানি ল’বলৈ অস্বীকাৰ কৰে। তেওঁ ক’লে- ''ড্ৰেছিং ৰুমত নৰায়নে বহুত হাঁহি ধেমালি কৰে। ডাগআউটত নাৰিনে বহুত হাঁহিছে। আমাক ধেমেলীয়া কৌতুক কয়। কেৱল পথাৰখন অলপ নিস্তব্ধ হৈ থাকে। সেইটোৱেই সকলোৱে দেখে। আমাৰ বাবে নাৰিন এক কিংবদন্তি। এজন ডাঙৰ বেটছমেন আৰু এজন ডাঙৰ বলাৰ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ