--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে সৃষ্টি কৰিলে আন এক অভিলেখ। সোমবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হোৱা আই পি এল মেচত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে এক নতুন কৃতিত্ব অৰ্জন কৰে। কিন্তু বেটৰ লগত নহয়। ফিল্ডাৰ হিচাপে। জনী বেইৰষ্ট’ৰ কেচটোৰ লগে লগে টি-২০ ক্ৰিকেটৰ অভিলেখ কোহলীৰ হাতত আহি পৰে।

ইংলেণ্ডৰ উইকেটকীপাৰ বেটছমেনগৰাকী ফিল্ডাৰ কোহলীৰ ১৭৩ সংখ্যক বলি। অৰ্থাৎ টি-২০ ক্ৰিকেটত কোহলীয়ে ১৭৩টা কেচ লৈছে। আন কোনো ভাৰতীয় ক্ৰিকেটাৰে ইমান কেচ লোৱা নাই। দেওবাৰলৈকে সুৰেশ ৰাইনা আৰু কোহলী যৌথভাৱে শীৰ্ষত আছিল। ক্ৰিকেটৰ ওপৰত ২০টাত ৰাইনাই ১৭২টা কেচ লয়। কোহলীয়ে তেওঁক শীৰ্ষস্থান দখল কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

এই তালিকাত তৃতীয় স্থানত আছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। টি-২০ ক্ৰিকেটত তেওঁৰ কেচৰ সংখ্যা ১৬৭টা। চতুৰ্থ স্থানত থকা মনীষ পাণ্ডেই ১৪৬টা কেচ লৈছে। পঞ্চম স্থানত আছে সূৰ্যকুমাৰ যাদৱ। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টি-২০ বেটছমেনৰ ১৩৬টা আই পি এল কেচ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ