--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি আই পি এলত খেলি আহিছে। বুধবাৰে তেওঁ আই পি এলৰ ১৫০ সংখ্যক মেচ খেলিছে। সেই মেচত এক অভিলেখ গঢ়িবলৈ উলাইছে যুজবেন্দ্ৰ চাহাল। আন কোনো বলাৰৰ এনে নজিৰ নাই। প্ৰথম ভাৰতীয় হিচাপে সেই নজিৰ গঢ়ি তুলিব পাৰে চাহালে।

৩৩ বছৰীয়া স্পিনাৰগৰাকীয়ে পূৰ্বেও মুম্বাই ইণ্ডিয়ানছ আৰু বেংগালুৰুৰ হৈ খেলিছিল। বিগত তিনি বছৰ ধৰি ৰাজস্থান ৰয়েলছৰ সদস্য হৈ আছে। বুধবাৰে যদি তেওঁ আৰু ৫টা উইকেট লয় তেন্তে তেওঁ আই পি এলত ২০০ উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হ’ব। আন কোনো বলাৰৰ এই নজিৰ নাই।

এই পৰ্যন্ত চাহালে ১৪৯ খন মেচত ১৯৫ টা উইকেট দখল কৰিছে। ইয়াৰে অধিকাংশই বাংগালুৰু হৈ। বিৰাট কোহলীৰ দলৰ সময়ত তেওঁ ১১৩খন মেচত ১৩৯টা উইকেট দখল কৰে। ৰাজস্থানৰ হৈ ৩৫খন মেচত ৫৬টা উইকেট দখল কৰে। ৰোহিত শৰ্মাৰ নেতৃত্বত তেওঁ মুম্বাইৰ হৈ মাত্ৰ এখন মেচ খেলিছিল। সেই মেচত তেওঁ ৩৪ ৰান দিছিল যদিও এটা উইকেট নাপালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ