--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা আই পি এলত পাঁচটা বলত ৫টা ছয় মাৰি মেচখন জয় কৰা ৰিংকু সিং এতিয়া সকলোৰে চিনাকি। ভাৰতীয় দলতো স্থান লাভ কৰিছে। আৰু সেইদিনা  বলাৰজন যশ দয়াল নে জাবৰ! এই মন্তব্য মুৰালী কাৰ্তিকৰ।

যোৱা আই পি এলত যশ গুজৰাট টাইটানছৰ দলত আছিল। নিলামৰ পূৰ্বে গুজৰাটে তেওঁক মুকলি কৰি দিছিল। পাঁচ কোটি টকাত বেংগালুৰুৱে যশক ক্ৰয় কৰিছিল। প্ৰথমখন মেচৰ পৰাই বাওঁহাতৰ পেচাৰৰ সৈতে খেলি আহিছে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ২৮ ৰানেৰে এটা উইকেট দখল কৰে যশে। সোমবাৰে পঞ্জাৱ কিংছৰ বিৰুদ্ধে পাৱাৰপ্লে’ত ৩ অভাৰত ১০ ৰান দিয়ে। 

ইয়াৰ পিছত মন্তব্য দিওঁতে মুৰালীয়ে কয়, "এটা দলৰ আৱৰ্জনা এতিয়া আন এটা দলৰ হীৰা।’’ ভাৰতৰ প্ৰাক্তন স্পিনাৰগৰাকীৰ এই উক্তি বহুতে ভালদৰে লোৱা নাছিল। বহুতে মুৰালীক সমালোচনা কৰিছিল যে যশক জাবৰ বুলি কোৱাত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement