--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডেন গাৰ্ডেনত ২৬১ ৰান সংগ্ৰহ কৰিও পঞ্জাৱ কিংছৰ হাতত পৰাস্ত হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ। বিধ্বস্ত শ্ৰেয়াছ আয়াৰক উৎসাহিত কৰিবলৈ শ্বাহৰুখ খানে কেকেআৰৰ ড্ৰেছিং ৰুমলৈ লৰালৰিকৈ গৈছিল। দলটো আই পি এল চেম্পিয়ন হোৱাৰ পাছতো কে কে আৰৰ মালিকজনে সাজঘৰলৈ যায়। বলীউডৰ ৰজাই ক্ৰিকেটাৰসকলক এক বিশেষ বাৰ্তা দিলে।

শ্বাহৰুখে আই পি এল চেম্পিয়ন হোৱাৰ বাবে ক্ৰিকেটাৰসকলক অভিনন্দন জ্ঞাপন কৰে। ভৱিষ্যতৰ বাবে শুভেচ্ছা দিয়ে। শ্বাহৰুখে এক বিশেষ বাৰ্তা প্ৰদান কৰে। ভাষণৰ আৰম্ভণিতে তেওঁ গুৰু গৌতম গম্ভীৰক ধন্যবাদ জ্ঞাপন কৰে। শ্বাহৰুখে ক'লে- ‘‘সকলোকে ধন্যবাদ। অভিনন্দন বিশেষ ধন্যবাদ জিজীলৈ (গম্ভীৰক কোৱাৰ দৰে)। আমি দুটা সিদ্ধান্ত লৈছিলো। প্ৰথমটো হ’ল সুনীল নৰিনক নচোৱাৰ। মই তেওঁক নাচি থকা দেখিলোঁ (শ্বাহৰুখেও দেখুৱাই দিলে যে তেওঁ কেনেকৈ নাচিছিল)। আৰু দ্বিতীয়টো হ’ল আমি সফল হ’লে জি জিয়ে নাচিব লাগিব। আজি ৰাতি আমি জি জিৰ সৈতে নাচিম।’’ গম্ভীৰেও হাঁহিলে। যদিও মূৰটো জোকাৰি মৃদু আপত্তি প্ৰকাশ কৰিলে।

শ্বাহৰুখে আকৌ ক’বলৈ ধৰিলে, “ভগৱানে সকলোকে আশীৰ্বাদ কৰক। সকলো সুস্থ হৈ থাকক। আপোনাৰ ভৱিষ্যতৰ বাবে শুভকামনা। ইয়াৰ পৰা য'তেই খেলিব, আশাকৰোঁ সফল হ'ব। জুহি চাওলা, জয় মেহতা, সুহানা খানৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছো। আপুনি আমাক আৱেগিক কৰি তোলে। মই বিচাৰো এই দলটো আমাৰ লগত থাকিব। ’’

শ্বাহৰুখৰ ভাষণৰ শেষৰ দুটা শাৰীত এটা বিশেষ বাৰ্তা। তেওঁ চেম্পিয়ন দলৰ ক্ৰিকেটাৰক এৰি যাব নিবিচাৰে। সকলোকে এৰি যাব বিচাৰে। কিন্তু ইচ্ছা কৰিলে নোৱাৰিবও পাৰে। কাৰণ আই পি এলৰ নিয়ম অনুসৰি পৰৱৰ্তী ছিজনৰ পূৰ্বে নিলাম সম্পূৰ্ণ হ’ব। ফ্ৰেঞ্চাইজিসমূহে চাৰিজন ক্ৰিকেটাৰলৈকে ধৰি ৰাখিব পাৰিব। বাকীখিনি ঘূৰাই দিবলৈ কেকেআৰ কৰ্তৃপক্ষই নিলামৰ পৰা কিনিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ