--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সূৰ্যকুমাৰ যাদৱৰ অবিহনে খেলিব লাগিব মুম্বাই ইণ্ডিয়ানছ। এতিয়াও তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে এতিয়াও বিশ্বৰ এক নম্বৰ টি-২০ বেটছমেনগৰাকীক খেলিবলৈ ক্লিয়াৰেন্স দিয়া নাই। তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছে।

 ব’ৰ্ডৰ এজন বিষয়াই কয়, ‘সূৰ্য্যকুমাৰ অতি সোনকালে সুস্থ হৈ উঠিছে। কিন্তু তেওঁ হয়তো আৰু কেইখনমান মেচ খেলিব নোৱাৰিব। সূৰ্যকুমাৰ অতি সোনকালে মুম্বাই দললৈ ঘূৰি আহিব।"

আহি আছে টি-২০ বিশ্বকাপ। তাৰ আগতে ব’ৰ্ডে বিশ্বৰ এক নম্বৰ বেটছমেনক খৰখেদা কৰিব নিবিচাৰে। ২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। 

৩৩ বছৰীয়া সূৰ্য্যই ভাৰতৰ হৈ ৬০খন টি-২০ মেচ খেলিছে। শেষবাৰৰ বাবে তেওঁক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি থকা দেখা গৈছিল। তেওঁৰ ষ্ট্ৰাইক ৰেট ১৭১.৫৫। টি-২০ত সূৰ্য্যকুমাৰে ২১৪১টা আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও তেওঁ চাৰিটা শতক অৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ