--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে তিনিটা উইকেট দখল কৰে মায়ংক যাদৱে। তৰুণ পেচাৰৰ গতিবেগে চকু কপালত তুলিছে। তেওঁ নিয়মিতভাৱে প্ৰতি ঘণ্টাত ১৫০ কিলোমিটাৰ বেগেৰে বলিং কৰি আছে।

বেংগালুৰুৰ বিৰুদ্ধে মায়ংকে ৰজত পাটিদাৰ, গ্লেন মেক্সৱেল আৰু কেমেৰন গ্ৰীনৰ উইকেট দখল কৰে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মায়ংকে ২৮ ৰানত জয়লাভ কৰে। জয়ৰ পিছত তেওঁ নিজৰ এখন ছবি পোষ্ট কৰে। মায়ংকক উইকেটৰ সৈতে জপিয়াই থকা দেখা গৈছে। সেই ফটোখনৰ লগতে তেওঁ মাকক সুঁৱৰি লিখিছিল, "চোৱা মা, মই উৰিব পাৰো।" মেচখনত জয়ী হৈ ভাল বলিং কৰাৰ সন্তুষ্টি স্পষ্ট হৈ পৰিছে মায়ংকৰ পোষ্টত।

২১ বছৰীয়া মায়ংকে ৪ অভাৰত ১৪ ৰান সংগ্ৰহ কৰি তিনিটা উইকেট দখল কৰে। লগতে মেচখনৰ শ্ৰেষ্ঠ হৈ পৰে তেওঁ। পূৰ্বৰ মেচখনতো মায়ংকে শ্ৰেষ্ঠ আছিল। ইয়াৰ পূৰ্বে কোনো বলাৰেই আই পি এলত একেৰাহে দুখন মেচত মেন অৱ দ্য মেচৰ বঁটা লাভ কৰা নাছিল। বেংগালুৰুৰ বিৰুদ্ধে মায়ংকৰ সৰ্বাধিক দ্ৰুত বল আছিল ১৫৬.৭ কিলোমিটাৰ প্ৰতি ঘণ্টাত। পঞ্জাব কিংছৰ বিৰুদ্ধে আই পি এলত অভিষেক ঘটায়। সেই মেচত তেওঁ ঘণ্টাত ১৫৫.৮ কিলোমিটাৰ বেগেৰে বলিং কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক