--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দলৰ জয় চাবলৈ গৈছিল। কিন্তু শ্বাহৰুখ খানে  হতাশা লৈ উভতি আহিব লগা হৈছিল। ইডেন গাৰ্ডেনত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পৰাস্ত হয় কলকাতা নাইট ৰাইডাৰ্ছ। অৱশ্যে মেচখনৰ পাছত শ্বাহৰুখে এখন নতুন বায়’পিকৰ অফাৰ লাভ কৰে। ৰাজস্থানৰ বিজয়ৰ নায়ক জোছ বাটলাৰে তেওঁক এই অফাৰ দিছিল।

ইডেনত খেলখনৰ পিছত বাটলাৰৰ সাক্ষাৎকাৰ লৈ আছিল ৰাজস্থানৰ বলাৰ ট্ৰেণ্ট ব’ল্ট। তেওঁ সুধিলে, যদি বাটলাৰৰ বায়’পিক আছে, তেন্তে তেওঁৰ চৰিত্ৰত কোনজন অভিনেতাক চাব বিচাৰিব? বাটলাৰে লগে লগে উত্তৰ দিলে, “শ্বাহৰুখ!" এই কথা শুনি ব’ল্টেও ক’লে, “হয়, আমি সকলোৱে শ্বাহৰুখক ভাল পাওঁ।”

খেলখনৰ শেষত শ্বাহৰুখ খেলপথাৰলৈ নামি আহি বাটলাৰক লগ পায়। ২০ অভাৰ বেটিং কৰি খেলপথাৰত বহিছিল বাটলাৰে। শ্বাহৰুখ তাৰ ফালে অহাত সি উঠিবলৈ গ’ল। তেতিয়া শ্বাহৰুখে হাতখন দেখুৱাই বহিবলৈ ক’লে। ইয়াৰ পিছত বাটলাৰে থিয় হৈ শ্বাহৰুখৰ লগত হাত মিলাই দিলে। কেকেআৰৰ মালিকে ৰাজস্থানৰ বেটছমেনক সাৱটি ধৰি পিঠিত থপৰিয়াই দিলে। শ্বাহৰুখে দুয়োটা দলৰ বাকী ক্ৰিকেটাৰকো সাক্ষাৎ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী