--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত ২৫০ সংখ্যক মেচ খেলিলে ৰোহিত শৰ্মাই। মহেন্দ্ৰ সিং ধোনিৰ পিছত তেওঁ আই পি এলত ২৫০ সংখ্যক মেচ খেলা প্ৰথমজন ক্ৰিকেটাৰ। আৰু সেই মেচখনত ৰোহিতে এক নজিৰ গঢ়ি তুলিছিল। আই পি এলত ৬৫০০ ৰানৰ বাধা অতিক্ৰম কৰিলে।

এইবাৰ আই পি এলত অধিনায়ক নহয় ৰোহিত। তেওঁ মাত্ৰ মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন। মুকলি মনেৰে খেলিছে ভাৰতীয় অধিনায়কগৰাকীয়ে। বৃহস্পতিবাৰে পঞ্জাব কিংছৰ বিৰুদ্ধে ২৫টা বলত ৩৬ ৰান সংগ্ৰহ কৰে। আৰু সেই ইনিংছ খেলিবলৈ বাটত ৬৫০০ ৰানৰ বাধা অতিক্ৰম কৰিলে। 

ৰোহিতৰ পূৰ্বে এই মাইলৰ খুঁটি অতিক্ৰম কৰিছে আই পি এলৰ তিনিগৰাকী ক্ৰিকেটাৰে। শীৰ্ষত আছে বিৰাট কোহলী। আই পি এলত ২৪৪খন মেচত ৭৬২৪ ৰান সংগ্ৰহ কৰে।

দ্বিতীয় স্থানত আছে শিখৰ ধাৱান। ২২২খন মেচত ৬৭৬৯ ৰান সংগ্ৰহ কৰে। তৃতীয় স্থানত আছে ডেভিদ ৱাৰ্নাৰ। ১৮২খন মেচত ৬৫৬৩ ৰান সংগ্ৰহ কৰে। ৰানৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে ৰোহিতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী