--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা দেওবাৰে ভাইৰেল হৈছিল গুজৰাট-মুম্বাই খেলখনৰ এটা ভিডিঅ’। দেখা গ’ল যে প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাক বাউণ্ডেৰীত ফিল্ডিং কৰি আছিল বৰ্তমানৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। বহুতে এই ঘটনাক গৰিহণা দিয়ে। তিনিদিন পিছতে বিপৰীত দৃশ্য! এইবাৰ ৰোহিতে হাৰ্দিকক বাউণ্ডেৰীত ফিল্ডলৈ প্ৰেৰণ কৰে। এই দৃশ্য দেখা গ’ল হায়দৰাবাদ-মুম্বাইৰ খেলখনত।

সেই মুহূৰ্তত হায়দৰাবাদৰ বেটিংৰ সন্মুখত মুম্বাইত যথেষ্ট হেঁচা পৰিছিল। কোনেও বুজিব পৰা নাছিল যে ফিল্ডাৰে ক’ত ৰান ৰখাব পাৰে। হাৰ্দিকৰ অসহায় অৱস্থা দেখি ৰোহিতে ধৰি ৰাখিব নোৱাৰিলে। তেওঁ আগবাঢ়ি আহি বুদ্ধিমত্তা ব্যৱহাৰ কৰি ফিল্ডাৰজনক সঠিক স্থানত ৰাখিলে। তাৰ পিছত হাৰ্দিকক বাউণ্ডেৰী লাইনৰ কাষেৰে ফিল্ডিং কৰিবলৈ যাবলৈ নিৰ্দেশ দিয়া হ’ল। প্ৰতিবাদ নকৰিলে হাৰ্দিকে। নিৰৱে নিৰ্দিষ্ট স্থানত ফিল্ডিং কৰিবলৈ যায়।

আই পি এলৰ ইতিহাসত এটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে হায়দৰাবাদে। ৰোহিতৰ বুদ্ধিমত্তাই কিছু ৰান বাধা দিছিল যদিও মুম্বাইৰ বলাৰৰ অনিয়ন্ত্ৰিত বলিঙে ৰান বন্ধ কৰিব নোৱাৰিলে। ক্ৰীজলৈ অহা ট্ৰেভিছ হেড, অভিষেক শৰ্মা, হাইনৰিচ ক্লাচেনে হায়দৰাবাদৰ বলাৰক ৰানৰ বাবে থ্ৰেছ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ