--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ প্ৰথমখন মেচত ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে দীনেশ কাৰ্তিকে। কিন্তু খেলাৰ পিছত কাৰ্তিকে ইংগিত দিয়ে যে তেওঁ হয়তো শেষৰখন মেচ খেলিছে। আই পি এলৰ এইটো কাৰ্তিকৰ অন্তিম ছিজন নে নহয় সেই বিষয়ে জল্পনা-কল্পনাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিছে।

মেচৰ মাজভাগত কাৰ্তিকক সোধা হৈছিল যে এইখন তেওঁৰ শেষ মেচ নেকি? তেওঁ ক’লে, “বহুত ভাল প্ৰশ্ন। আশাকৰোঁ নহয়। কাৰণ ইয়াত প্লে অফৰ দুখন মেচ অনুষ্ঠিত হোৱাৰ কথা। যদি মই তাৰ বাবে এই ক্ষেত্ৰখনলৈ উভতি যাব পাৰো, তেন্তে সেইবোৰেই হ’ব মোৰ শেষ মেচ। সেইটোৱেই মই প্ৰাৰ্থনা কৰিছো।"

কাৰ্তিক স্বীকাৰ কৰে যে একলগে কমেণ্টৰী আৰু ক্ৰিকেট খেলাটো এটা কঠিন কাম। ক'লে, "বহুত কষ্টকৰ। টেষ্ট মেচৰ সময়ত কমেণ্টৰী আৰু অলপ ক্ৰিকেট অনুশীলনৰ মাজত মোৰ নিজৰ বাবে সময় প্ৰায়েই নাথাকে। প্ৰথম মেচখন ভালকৈ খেলিবলৈ পাই মই বহুত সুখী। ব্যক্তিগতভাৱে মোৰ ভাল লাগে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ