--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰৰ আই পি এলৰ আৰম্ভণিৰে পৰাই বিৰাট কোহলীয়ে অভিলেখ গঢ়িলে। শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে আই পি এল। প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিছিল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু।

 আৰ চি বিৰ হৈ খেলি থকাৰ সময়তে বিৰাটে এক অভিলেখ গঢ়িছিল। একেটা দলৰ হৈ একেৰাহে একেটা দলৰ হৈ ১৭ বাৰ আই পি এল খেলিছিল।

একেটা দলৰ হৈ একেৰাহে ১৭ খন আই পি এল মেচ খেলা একমাত্ৰ ক্ৰিকেটাৰ বিৰাট। ২০০৮ চনৰ পৰা আৰম্ভ হৈছে আই পি এল। এয়া ১৭ সংখ্যক আই পি এল। বিৰাটে ১৬ বছৰ ধৰি একেটা দলৰ হৈ খেলি আহিছে। এই অভিলেখ আন কোনো ক্ৰিকেটাৰৰ হাতত নাই। 

একাধিক ক্ৰিকেটাৰে এইবাৰ ১৭টা আই পি এল খেলিব। কিন্তু তেওঁলোকৰ কোনোৱেই একেটা দলৰ হৈ ১৭ সংখ্যক আই পি এল খেলা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ