--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্মশালাত পঞ্জাব কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ খেল। সেই মেচত হৰ্শল পেটেলে মহেন্দ্ৰ সিং ধোনিৰ উইকেট দখল কৰিছিল। প্ৰথম বলতে ধোনি আউট। কিন্তু তাৰ পিছতো হৰ্শলে কোনো উৎসাহ দেখুওৱা দেখা নগ’ল। এনে ঘটনাত বহু লোক আচৰিত হৈছিল।

বলাৰসকলে ধোনীয়ে নিজৰ উইকেট লোৱালৈ অপেক্ষা কৰে। এইবাৰো আই পি এলত ধোনীয়ে শেষত বেটিং কৰিবলৈ নামি আহি ডাঙৰ শ্বট খেলে। ধোনিৰ উইকেটক লৈও উৎফুল্লিত নহয় হৰ্ষল। ইনিংছৰ মাজভাগত তেওঁ কয়, "ধোনি মোৰ প্ৰতি অতি সন্মানীয়। তেওঁৰ উইকেট লৈ ফূৰ্তি কৰিব নোৱাৰি।" হৰ্শালৰ এই আচৰণে সকলোৰে মন জয় কৰিছে।

চেন্নাইয়ে প্ৰথমে বেটিং কৰি ১৬৭ ৰান সংগ্ৰহ কৰে। হৰ্ষলে ৪ অভাৰত ২৪ ৰান দি ৩টা উইকেট দখল কৰে। ধোনিৰ বাহিৰেও তেওঁ ডেৰিল মিচেল আৰু শ্বাৰদুল ঠাকুৰৰ উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ