--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পূৰ্বৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে শতক অৰ্জন কৰি মুম্বাই ইণ্ডিয়ানছক জয়ী কৰিছিল সূৰ্যকুমাৰ যাদৱে। ইয়াৰ পিছতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ প্ৰাক্তন ক্ৰিকেটাৰ ৱেইন পাৰ্নেলে সূৰ্য্যৰ ডি এন এ টেষ্টৰ দাবী জনায়। তেওঁ কিয় এই দাবী কৰিছিল?

নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত পাৰ্নেলে লিখিছে, “সূৰ্য্যৰ কেতিয়াবা ডি এন এ পৰীক্ষা হৈছেনে? এইজন ক্ৰিকেটাৰ সকলোতকৈ পৃথক। সঁচাকৈয়ে বেলেগ।” পাৰ্নেলে লগতে এটা এলিয়েনৰ ইমোজিও দিলে। তেওঁ বুজাইছিল যে সূৰ্য্য এই জগতৰ নহয়। 

হায়দৰাবাদৰ বিৰুদ্ধে ১৭৪ ৰান খেদি খেদি মুম্বাইয়ে এটা সময়ত ৩১ ৰানত ৩ উইকেট হেৰুৱাইছিল। তাৰ পৰাই সূৰ্য্য আৰু তিলক ভাৰ্মাই ১৪৩ ৰানৰ অংশীদাৰিত্ব কৰে। ইয়াৰ ভিতৰত ৫১টা বলত ১০২ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে সূৰ্য্য। তেওঁ কিছুমান শ্বট খেলিছিল যিয়ে ক্ৰিকেট জগতখনক আচৰিত কৰি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ