--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানৰ আই পি এলত সঞ্জু চেমছনে ধাৰাবাহিকভাৱে ভাল বেটিং কৰি আছে। এই ধাৰাবাহিকতাৰ বাবে তেওঁ ভাৰতৰ টি-২০ বিশ্বকাপ দলত সুযোগ পালে। 

মঙলবাৰে ক্ৰিকেট ব’ৰ্ডে ভাৰতৰ বিশ্বকাপৰ দল ঘোষণা কৰে। ইয়াৰ পিছত সঞ্জুৱে ইনষ্টাগ্ৰামত নিজৰ এখন ক’লা-বগা ছবি পোষ্ট কৰে। কেৰেলাৰ পুত্ৰ সঞ্জুৱে তাত মালয়ালম ভাষাত লিখিছিল। ইয়াৰ অৰ্থ হ'ল "এই কাপোৰখন বহুত ঘাম আৰু পৰিশ্ৰমেৰে চিলাই কৰা হৈছে।" সঞ্জুৱে বুজাব বিচাৰিছিল যে বিশ্বকাপৰ দলত সুযোগ পাবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। এই পৰ্যন্ত ৰাজস্থানৰ অধিনায়কগৰাকীয়ে লাভ কৰিছে বঁটা।

অৱশ্যে এইবাৰ আই পি এলত তেওঁ ধাৰাবাহিক। ৯খন মেচত ৩৮৫ ৰান সংগ্ৰহ কৰে। গড়ে ৭৭ ৰান আৰু ১৬১.০৮ ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ কৰে। চাৰিটা পঞ্চাশ দশক লাভ কৰিলে। কমলা ৰঙৰ টুপীৰ তালিকাত তেওঁৰ স্থান সপ্তম। আই পি এলত ভাল খেলত ঋষভ পন্তৰ সৈতে সঞ্জুক দ্বিতীয় উইকেটকীপাৰ-বেটছমেন হিচাপে লোৱা হৈছে। তাৰ পিছত বেটাৰে মুখ মেলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ