--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত দল নাপালে। কমেণ্টেটৰ হিচাপে আছে স্মিভ স্মিথ। তাৰমাজতে আন এখন দেশৰ এখন ফ্ৰেঞ্চাইজি লীগে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীক নিৰাশ কৰা নাছিল। তেওঁক আমেৰিকাৰ মাইনাৰ্ছ লীগ ক্ৰিকেটত খেলা দেখা যাব।

টি-২০ বিশ্বকাপৰ পিছত আৰু কেইদিনমান আমেৰিকাত থাকিব স্মিথ। তাত তেওঁ টি-২০ ফ্ৰেঞ্চাইজি লীগত খেলিব। ৱাশ্বিংটন ফ্ৰিডমৰ হৈ খেলা দেখা যাব। ৱাশ্বিংটনৰ বিষয়াসকলে স্মিথক চুক্তিবদ্ধ কৰাৰ কথা ঘোষণা কৰে।

অষ্ট্ৰেলিয়াৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য আছিল স্মিথ। ক্ৰিকেট কেৰিয়াৰত এতিয়ালৈকে ২০ অভাৰত ২৪৬খন মেচ খেলিছে। ৫২৯৭ ৰান সংগ্ৰহ কৰে। তেওঁৰ তিনিশ ২৪টা পঞ্চাশ। ৱাশ্বিংটন ফ্ৰিডম অথৰিটিৰ মতে স্মিথৰ সৈতে দলটো বহুত শক্তিশালী হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ