--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংগাপুৰত আৱিষ্কাৰ হৈছে পঁইতাচোৰাৰ এক নতুন প্ৰজাতিৰ। ২০১৬ চনত পোক-পৰুৱাৰ ওপৰত কৰা বিশেষ অধ্যয়নৰ সময়ত এই বিশেষ প্ৰজাতিটো বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হৈছিল। এটা কাৰ্টুন চৰিত্ৰৰ নামেৰে এই নতুন প্ৰজাতিটোৰ নাম ‘ফেৰ’মোছা’ ৰাখিছে বিজ্ঞানীসকলে।

‘লী কং চিয়ান প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়’ৰ তথ্য অনুসৰি, পঁইতাচোৰাৰ ৩২টা প্ৰজাতিৰ অস্তিত্ব এতিয়ালৈকে জানিব পৰা গৈছে। দেখাত একে হ’লেও এই প্ৰজাতিটোৰ শৰীৰৰ গঠন আৰু অংগ-প্ৰত্যংগ আন প্ৰজাতিৰ তুলনাত পৃথক। এই কথা ফু মাওচেং আৰু ‘লি কং চিয়ান নেচাৰেল হিষ্ট্ৰী মিউজিয়াম’ আৰু ‘ইউপিএলবি মিউজিয়াম ফৰ নেচাৰেল হিষ্ট্ৰী’ৰ দুজন গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰত উল্লেখ কৰিছে।

জনপ্ৰিয় কাৰ্টুন ধাৰাবাহিক ‘পকেমন’ৰ বিখ্যাত চৰিত্ৰ ‘ফেৰ’মোছা’ৰ নামেৰে এই প্ৰজাতিৰ পঁইতাচোৰাৰ নামকৰণ কৰা হৈছে। আকাৰত ডাঙৰ আৰু সম্পূৰ্ণ বেলেগ জিন থকা পঁইতাচোৰাবিধক কাৰ্টুনৰ কাল্পনিক চৰিত্ৰ ‘ফেৰ’মোছা’ৰ দৰেই দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement