--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মেগা ছুপাৰষ্টাৰ শ্বাহৰূখ খান পুনৰ পত্নীৰ লগত হোৱা বাক-বিতণ্ডাৰ বাবে সকলোৰে মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। শেহতীয়াকৈ দেশৰ বিখ্যাত ব্যৱসায়ী মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰৰ মুকলি অনুষ্ঠানত শ্বাহৰূখে ‘পাঠান’ ছবিৰ ‘ঝুমে জো পাঠান’ গীতটোৰ ওপৰত এক নৃত্য কৰা পৰিলক্ষিত হৈছে। এই সময়ছোৱাত শ্বাহৰূখৰ বহু ফটো-ভিডিঅ’ চৰ্চালৈ আহিছে। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে শ্বাহৰূখ খানৰ এটা শেহতীয়া ভিডিঅ’ য’ত তেওঁক পত্নী গৌৰী খানৰ সৈতে বাক-বিতণ্ডা কৰা দেখা গৈছে।

ইনষ্টেণ্ট বলীউডে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা শেহতীয়া ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ'টোত শ্বাহৰূখ খান আৰু গৌৰী খানক একেলগে কথা পাতি থকা দেখা গৈছে। ভিডিঅ’টো চাই অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছে যে শ্বাহৰূখ আৰু গৌৰীৰ মাজত হয়তো কিবা এটা বিষয় লৈ তৰ্ক হৈছে।যাৰ বাবে শ্বাহৰূখ খানক খঙাল অৱস্থাত দেখা গৈছে। 

ইপিনে উক্ত ভিডিঅ’টিতে পত্নী গৌৰীয়ে কিং খানক বুজনি দি থকা দেখা গৈছে। এনে পৰিস্থিতিত এতিয়া  শ্বাহৰূখ আৰু গৌৰী খানৰ এই  ভিডিঅ'টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ লগতে খান দম্পতীৰ এই ভিডিঅ’টো চাই অনুৰাগীসকলে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰদান কৰা দেখা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ