--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ১২ জানুৱাৰী,শুকুৰবাৰ…জানো আহক আজিৰ দিনটোৰ ৰাশিফল৷

১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত ভাল খৱৰ লাভ কৰিব পাৰে, নিজৰ প্ৰতিভা আৰু দক্ষতা বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত সামান্য কষ্ট পাৱলগীয়া  হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি সাধন হোৱাৰ যোগ দেখা যায়।

৩.মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, সাহিত্যক সকলৰ সাহিত্য সেৱাত মনোনিবেশ বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে সামান্য নতুন নতুন সমস্যা সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত আদৰ্শবাদী মনোভাৱ বাঢ়িব যদিও আজি আপোনাৰ ধন - সম্পত্তিৰ প্ৰতি চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। 

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মত সকলো দিশতে সুৰক্ষিত হ'ব পাৰিব, লগতে আজি বিবাহিত ব্যক্তি সকলৰ দাম্পত্য জীৱনত সুখ - শান্তি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি(প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব, ভাল বস্ত্ৰ লাত কৰিব পাৰে, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন নতুন যোগাযোগ হোৱাৰ যোগ দেখা যায়।

৭.তুলা ৰাশি(ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, কৰ্মস্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ আৰ্থিক দিশটো টনকিয়াল হ'ব লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আপোনাৰ দ্বাৰা ভাতৃ স্থানীয় ব্যক্তিৰ উন্নতি হ'ব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি(ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, আমোদ-প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ'ব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ'ব, সৌভাগ্যৰ উদয় হব, লগতে আজি আপোনাৰ ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়। 

১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত আনৰ সহায় সহযোগিতা মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে মনৰ আনন্দ সামান্য হ্ৰাস হ'ব পাৰে লগতে আজি আপুনি ঠগ - প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

১২.মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আলহীৰ আগমন হ'ব পাৰে, আবেলি সময়ত আৰ্থিক দিশটো শুভ বুলি কব পাৰি যদিও আজি আপুনি হীনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে