--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ'ব, কৰ্মত জয় লাভ কৰিব, লগতে আজি আপুনি ভাল ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰ  যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, সৌভাগ্যৰ উদয় হব, লগতে আজি আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব , খৰছ বাঢ়িব, লগতে আজি আপুনি আৰ্থিক দিশত টনকিয়াল হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট  ৰাশিৰ  জাতক - জাতিকা সকলৰ   আজিৰ দিনটোত সাহসেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপুনি বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়। 

৫.সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  মনৰ উৎসাহ বাঢ়িব, সামাজিক সন্মান বাঢ়িব, যদিও আজি আপুনি সকলো কৰ্মতে নজৰ ৰাখাটো  ভাল হ'ব।

৬. কন্যা ৰাশি(প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত  প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে কৰ্মত  সামান্য বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত কৰ্মত ন্যায় লাভ কৰিব, সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮.বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ধন আগমন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব পাৰে যদিও আজি আপুনি সজাগ নহ'লে সামান্য ভ্ৰমণত কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব, ভাল খৱৰ লাভ কৰিব পাৰে যদিও আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

১১.কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব, মনত সামান্য দু: চিন্তা বৃদ্ধি হ'ব পাৰে যদিও আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক দিশটো শুভ বুলি কব পাৰি।

১২.মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত উন্নতি লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনত চিন্তা বৃদ্ধি হ'ব পাৰে লগতে আজি আপুনি কৰ্মত সকলো দিশতে সজাগ নহ'লে আনৰ সমালোচনাৰ পাত্ৰ হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক