--°C
Loading...
Listen to Article
2 min read
80%



২১/০৩/২৪, বৃহস্পতিবাৰ


মেষ:  প্রেম-পাৰিবাৰিক দিশত অশান্তি থাকিব। শিক্ষার্থী সাহিত্যিক, শিল্পীৰ সুনাম বৃদ্ধি পাব পাৰে। ৰাজনীতি, সংবাদ আৰু সমাজকৰ্মীৰ মনৰ উৎসাহ বাঢ়িব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত শুভ। 

বৃষ :  প্ৰেম আৰু পাৰিবাৰিকত আনন্দ লাভৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বৃদ্ধি পাব। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ উন্নতি কাৰক। বাণিজ্য আৰু কৰ্মত কিছু লাভৱান হ'ব। আর্থিকত নাটনি থাকিব। 

মিথুনঃ  শৰীৰ সুস্থ থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত সুখ-শান্তি থাকিব। বিদ্যার্থী, শিল্পী-সাহিত্যিকৰ সু-খবৰ লাভ আৰু উন্নতি কাৰক। ৰাজনীতিক, সমাজকর্মী আৰু সংবাদকর্মীৰ অস্থিৰতা বৃদ্ধি পাব। 

কৰ্কট :  সম্পূৰ্ণ শাৰীৰিক সুস্থতা নাথাকিব। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অলপ অশান্তি থাকিব। শিক্ষার্থী, শিল্পী, সাহিত্যিকৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। আর্থিক, বাণিজ্য আৰু কৰ্মত লাভৱান হ'ব। 

সিংহ:  শৰীৰৰ অসুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী আৰু শিল্পীৰ উন্নতিৰ যোগ। সাহিত্য সংস্কৃতিত যুক্তসকলৰ পেছাদাৰী দিশত শুভ। সংবাদসেৱা, সমাজকৰ্ম আৰু ৰাজনীতিত জড়িত ব্যক্তিৰ উন্নতিৰ যোগ। আর্থিক, বাণিজ্য আৰু কৰ্মত শুভ। 

কন্যাঃ  শৰীৰৰ অশান্তি বৃদ্ধিৰ যোগ। মনৰ হতাশা থাকিব। প্ৰেম আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষার্থী, শিল্পী, সাহিত্যিক আৰু সংবাদকর্মীৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ সফলতাৰ যোগ। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত অশুভ কাৰক। 

তুলা:  শৰীৰৰ অসুস্থতাৰ যোগ। মনৰ উৎসাহ হ্রাস পাব। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত কিছু শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীৰ নিজৰ কাম-কাজত উন্নতি সাধন হ'ব। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকল অশান্তি হ'ব পাৰে। কৰ্ম আৰু বাণিজ্যত লাভৱান হ'ব। আর্থিকত বাধা থাকিব। 

বৃশ্চিকঃ  শৰীৰ সুস্থ থাকিব। অলপ মানসিক অশান্তি হ'ব৷ প্ৰেম-প্রীতি আৰু পাৰিবাৰিকত অশুভ। শিক্ষার্থী, সাহিত্যিক আৰু শিল্পীৰ উন্নতি কাৰক যোগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকল লাভৱান হ'ব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত উন্নতিত কিছু বাধা হ'ব। 

ধনু:  শৰীৰৰ সুস্থতাৰ কাৰক। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষা, সাহিত্য, সংস্কৃতিৰে জড়িত লোকৰ উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অস্থিৰতাৰ যোগ। আৰ্থিক, কৰ্ম আৰু বাণিজ্যত লাভ বৃদ্ধি পাব। 

মকৰ: মকৰ ৰাশিৰ আজিৰ শৰীৰৰ অসুস্থতাৰ যোগ। মনৰ অসন্তুষ্টি বৃদ্ধি হ'ব পাৰে। প্ৰেম-পাৰিবাৰিকত মধ্যমীয়া। শিক্ষা, সাহিত্য, সংস্কৃতিৰে জড়িতসকলৰ কিছু শুভ হ'ব। আর্থিক, ব্যৱসায় আৰু কৰ্মত কিছু লাভৱান হ'ব। 

কুম্ভ:  শৰীৰৰ সুস্থতাৰ যোগ। মানসিক আৰু ঘৰুৱা দিশত অশুভ কাৰক। প্ৰেমত কিছু শুভ। শিক্ষা, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ সুখবৰে মন উৎসাহিত কৰিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বাঢ়িব। কর্ম, বাণিজ্য আৰু আৰ্থিকত শুভ কাৰক। 

মীন:  শাৰীৰিক ক্ষেত্ৰত মধ্যমীয়া। মনৰ সুখ-শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষার্থী, সাহিত্যিক, শিল্পীসকলৰ মনৰ অসন্তুষ্টি বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। কৰ্ম, বাণিজ্য আৰু আর্থিক দিশত উন্নতি হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ