--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৩ ছেপ্টেম্বৰ, দেওবাৰ৷ আজিৰ দিনটো আপোনাৰ কেনে যাব? জানো আহক আজিৰ দিনটোৰ ৰাশিফল।

মেষ – বিদ্যাত শুভ৷ ঘৰলৈ কিছু ধনাত্মক পৰিৱৰ্তন আহিব। জীৱনলৈ বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব৷

বৃষ – আনৰ পৰা অনুপ্ৰেৰণা পাব। ধনৰ লালসা বাঢ়িব। সম্পত্তিৰ লগত জড়িত লেনদেন সম্পূৰ্ণ হ’ব।

মিথুন – বিদ্যাৰ্থীৰ সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে। কাম বেছি হোৱা সত্ত্বেও আজি কৰ্মক্ষেত্ৰত আপোনাৰ মাজত স্পৃহা দেখা যাব। 

কৰ্কট – কোনো সিদ্ধান্ত লওঁতে স্পষ্ট চিন্তাধাৰা আৱশ্যক হ’ব। অৰ্থ সংকটত ভূগি থকাসকলৰ হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। প্ৰেমত শুভ দেখা যায়৷

সিংহ – আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। স্বাস্থ্য ভালে নাযাব। প্ৰেমত বাধা আহিব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত মন দিব৷

কন্যা – যিকোনো কামৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব। খৰচ বাঢ়িব৷ দাম্পত্যত মধুৰ।

তুলা – দিনটো সাৱধানে থাকিব চলিব। স্বাস্থ্যত জটিলতা আহিব পাৰে৷ কোনো ব্যক্তিৰ পৰা সহায় পাব। কৰ্মক্ষেত্ৰত সফল হ’ব৷

বৃশ্চিক – মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ’ব। ঘৰলৈ আলহীৰ আগমন হ’ব।

ধনু – আজি বিদেশ ভ্ৰমণৰ সুযোগো লাভ কৰিব পাৰে। সমাজত এক উচ্চ স্থান অধিকাৰ কৰিব। প্ৰেমত শুভ৷ 

মকৰ – বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ’ব।ব্যৱসায়ত উন্নতি হ’ব। ভ্ৰমণৰ যোগ। পুৰণি বন্ধুক লগ পাব৷

কুম্ভ – কোনোৱে যদি আৰ্থিক সহায় বিচাৰে তেনেহ’লে সহায় নকৰিব। অন্যথা আপোনাৰো আৰ্থিক অৱস্থা দুৰ্বল হ’ব পাৰে। মানসিক শান্তিৰ বাবে নেতিবাচক কথাৰ পৰা দূৰত থাকক।

মীন – কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰক৷ আৰ্থিক স্থিতি শক্তিশালী হ’ব। মিতব্যয়ী হওক৷ স্বাস্থ্যত শুভ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ