--°C
Loading...
Listen to Article
2 min read
80%
 ৩০ জানুৱাৰী ২০২৪, মঙলবাৰ


মেষঃ  প্ৰেম-প্ৰীতি, পাৰিবাৰিক শুভ কাৰক হ'ব। শিক্ষাৰ্থীৰ মনৰ উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াত জড়িত সকলৰ কৰ্মত নিয়োজিত হ'ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব।

বৃষঃ  প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত শান্তিৰ যোগ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব। ক্ৰীড়া, সাহিত্য, সংস্কৃতিৰে যুক্ত লোকৰ উন্নতি সাধন হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ শুভ। কৰ্ম, আৰ্থিক আৰু বাণিজ্যত লাভৱান হ'ব।

মিথুনঃ  প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক হ'ব। সাহিত্য, সংস্কৃতি, সংবাদকৰ্মৰে যুক্তসকলৰ কিছু উন্নতি কাৰক যদিও কষ্টও বাঢ়িব। বিদ্যাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মত সফলতা লাভ হ'ব । আৰ্থিক, বাণিজ্য আৰু কৰ্মত শুভ কাৰক যদিও কিছু বাধা থাকিব।

কৰ্কটঃ  মনৰ অশান্তি হ্ৰাস পাব পাৰে। প্ৰেম-পাৰিবাৰিকত কিছু অশান্তি থাকিব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধিৰ যোগ। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ সৈতে জড়িত সকলৰ নিৰাশাৰ মাজতো লাভজনক হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততাৰ কাৰক। আৰ্থিক, বাণিজ্য আৰু কৰ্মত সামান্য উন্নতি কাৰক।

সিংহঃ  প্ৰেম আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ পৰিকল্পনাত ভুল হ'ব পাৰে। ক্ৰীড়া , সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ কিছু অশান্তিদায়ক হ'ব যদিও কৰ্মত শুভ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতিৰ যোগ। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া।

কন্যাঃ প্ৰেম-পাৰিবাৰিকত শুভ ফল দায়ক। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি বাঢ়িব। সাহিত্য, ক্ৰীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিমূলক কৰ্মত কিছু কষ্ট বাঢ়িব। আৰ্থিক , বাণিজ্য আৰু কৰ্মক্ষেত্ৰত সামান্য লাভ যোগ।

তুলাঃ  মনৰ দুচিন্তা হ্ৰাস পাব। প্ৰেম-পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু অশান্তি হ'ব। শিল্পী, সাহিত্যিক, ক্ৰীড়াবিদ আৰু সংবাদকৰ্মীৰ অশান্তি আৰু পৰিশ্ৰম হ'লেও লাভৰ কাৰক। ৰাজনৈতিক ব্যক্তিৰ অশান্তি হ'ব পাৰে। আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ'ব পাৰে।

বৃশ্চিকঃ  শাৰীৰিক ক্ষেত্ৰত অশান্তি হ'ব পাৰে। মানসিক দিশত অশুভ কাৰক হ'ব। প্ৰেম আৰু পাৰিবাৰিকত কিছু অশান্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ আশা বিঘ্নিত হ'ব পাৰে। শিল্পী, সাহিত্যিকৰ নতুন সৃষ্টিৰ প্ৰেৰণা বৃদ্ধি পাব। ৰাজনৈতিক লোকৰো অশান্তি বৃদ্ধি হ'ব। আৰ্থিক আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া লাভ হ'ব।

ধনুঃ  দুপৰীয়াৰ পৰা মনৰ অসন্তুষ্টি হ'ব। প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থী মনৰ দুৰ্ভাৱনা বৃদ্ধি হ'লেও লাভান্বিত হ'ব। শিল্পী, খেলুৱৈ আৰু সমাজকৰ্মীৰ অশান্তি আৰু হতাশাৰ কাৰক। ৰাজনৈতিক লোকৰ উন্নতিৰ যোগ। আৰ্থিক, বাণিজ্যিক আৰু কৰ্মক্ষেত্ৰত কিছু লাভৰ যোগ।

মকৰঃ  শৰীৰৰ শুভ কাৰক হ'ব। মনৰ অশান্তি অলপ থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাত বাধা আহিব পাৰে। সাহিত্য, সংস্কৃতিৰ সৈতে যুক্তসকলৰ বাধাৰ মাজতো কিছু লাভৱান হ'ব। সমাজকৰ্মী আৰু ৰাজনীতিকৰ কৰ্মত কিছু খেলিমেলি হ'ব। কৰ্মক্ষেত্ৰ, বাণিজ্য আৰু আৰ্থিক দিশত বাধাৰ মাজতো লাভৱান হ'ব।

কুম্ভঃ  শাৰীৰিক অশান্তিৰ কাৰক যদিও দুপৰীয়াৰ পৰা শুভ কাৰক হ'ব। মনৰো হতাশা কিছু থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক শুভ। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে। সাহিত্য , সংস্কৃতি , ক্ৰীড়াৰ লগত জড়িতসকলৰ নতুন চিন্তা চৰ্চা অব্যাহত থাকিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ৰোগৰিষ্ট হ'ব পাৰে। কৰ্মক্ষেত্ৰ, আৰ্থিক আৰু বাণিজ্যিক দিশত কিছু লাভৰ যোগ।

মীনঃ  মনৰ হতাশা থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশতো অশান্তি হ'ব পাৰে। শিক্ষাৰ্থীৰ মনৰ অসন্তুষ্টি থাকিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰে যুক্ত লোকৰ চিন্তা আৰু অস্থিৰতা বৃদ্ধিৰ যোগ। ৰাজনীতিকৰ আৰু সমাজকৰ্মীয়ে অশান্তি পাব। বাণিজ্য, কৰ্ম আৰু আৰ্থিকত সামান্য লাভৱান হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement