--°C
Loading...
Listen to Article
2 min read
80%
২২ জুলাই ২০২৩, শনিবাৰ

মেষ-ওচৰ-চুবুৰীয়াৰ সৈতে সাৱধানে থাকিব। কন্দল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালক সময় দিলে দিনটো ভালদৰে পাৰ হ’ব। শুভ সংখ্যা ৩, শুভ ৰং সোণালী। 

বৃষ- আপোনাৰ ব্যক্তিগত ভাৱনা বা কোনো গোপনীয় কথা আজি কাকো নক’ব। বদ অভ্যাস এৰাই চলিব। প্ৰেমত শুভ। শুভ সংখ্যা ৯,শুভ ৰং বগা।

মিথুন- আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক । আপোনাৰ কামৰ অধিকাৰ আন কোনোবাই ল’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

কৰ্কট- আপোনাৰ ব্যৱহাৰে আনক আকৃষ্ট কৰিব। আত্মবিশ্বাস বৰ্তি থাকিব। বিবাহৰ প্ৰাৰ্থী সকলৰ বাবে ভাল খবৰ আহিব। শুভ সংখ্যা ২, শুভ ৰং আকাশী।

সিংহ- অসহায় মানুহক সহায় কৰক। মনত শান্তি লাভ কৰিব। হাতলৈ হঠাতে ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে চিন্তা বাঢ়িব। শুভ সংখ্যা ১,শুভ ৰং হালধীয়া।

কন্যা- বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক ভাল হ’ব। ব্যৱসায়ত ধন বিনিয়োগ কৰিলে লাভৰ সন্মুখীন হ’ব। শুভ সংখ্যা ৫, শুভ ৰং মেৰুণ।

তুলা- সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হ'ব পাৰে। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। শুভ সংখ্যা ৬,শুভ ৰং ৰঙা।

বৃশ্চিক- কোনো লোকক আৰ্থিক সহায় কৰিলে আপোনাৰ আৰ্থিক অৱস্থাও দুৰ্বল হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পইচাকলৈ কাজিয়া হ’ব পাৰে । শুভ সংখ্যা ১ ,শুভ ৰং নীলা।

ধনু- আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব ।পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং মুগা।

মকৰ- দিনটো সুখেৰে ভৰা হ’ব। ভাবি থকা বহু দিনৰ মনৰ বাঞ্চা পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সচেতন হৈ থাকিব। শুভ সংখ্যা ৩, শুভ ৰং কমলা।

কুম্ভ- ভাবি-চিন্তিহে মন্তব্য কৰিব। প্ৰশংসা শুনিলেও লুকাই থকা শত্ৰুবোৰক চিনি পাব। সকলো কামত পৰিয়ালৰ সমৰ্থন নাপাব। শুভ সংখ্যা ৭ , শুভ ৰং বগা।

মীন- দিনটোত খং কমাই কৰিব। খং উঠি থাকিলে হঠাতে কাকো একো নক’ব। বিশেষ কিছুমান লাভৰ ইংগিত আছে। প্ৰেমত সাৱধান হ’ব। শুভ সংখ্যা ৮ ,শুভ ৰং ৰূপালী।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ