--°C
Loading...
Listen to Article
2 min read
80%
০৬/০৪/২৪, শনিবাৰ

১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি কৰ্মত সকলো দিশতে জয় লাভ হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত প্ৰতিভা বিকাশৰ সুযোগ সুবিধা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
 
৩. মিথুন ৰাশি (ক,ছ):-  মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত  ৰোগ আৰোগ্য হ'ব। আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য সমস্যাৰ উদ্ভৱ হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে মনত সামান্য খংঙ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি (ড,হ) : - কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলৰ আজিৰ আৰ্থিক দিশটো টনকিয়াল হ'ব,আজি আপোনাৰ সঞ্চয় বাঢ়িব,কৰ্মত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি আনৰ নিন্দনীয় হ'ব পৰা কৰ্মৰ আতৰি থাকিবলৈ চেষ্টা কৰিব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ মনত সামান্য অযথা চিন্তাৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সাৱধান হ'ব, লগতে আজি সৰু-সুৰা কথাই আপোনাৰ মনত সামান্য অশান্তিৰ ভাৱ সৃষ্টি কৰাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ  আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আয় বাঢ়িব , আন ব্যক্তিৰ সহায় সহযোগিতাৰ মাজেৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হ'ব, যদিও আজি আপুনি চিকিৎসাৰ ক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশি  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত  শিল্পী সকলে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব যদিও আজি আপোনাৰ ক্ষতি হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব লগতে আজি আপুনি সজাগ নহ'লে সিদ্ধান্ত গ্ৰহণ কৰোতে সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়। 

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, কৰ্মত সন্মান লাভ কৰিব, সঞ্চয় বাঢ়িব, যদিও আজি আপোনাৰ দেহ-মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মত অধিক দ্বায়িত্ব লাভ কৰিব,  কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব,  লগতে আজি ছাত্ৰ- ছাত্ৰী সকলৰ মনটো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে