--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সপোনত সাপ দেখাতো ভালনে? সপোনত বহু লোকেসাপ দেখা পায়। ফেংছুইৰ মতে  মতে সপোনত সাপ দেখিলে বিভিন্ন শুভ আৰু অশুভ ফলাফল হ’ব পাৰে।  সপোনত সাপ দেখা পোৱাৰ ফলাফল এনেধৰণৰ হ’ব পাৰে- 

১.সপোনত যদি  ক'লা ৰঙৰ নাগে  ফেট তুলি বহি থকা দেখি পায় তেন্তে সেয়া শুভ । এয়া  হঠাৎ ধন প্ৰাপ্তিৰ চিন হ’ব পাৰে। 

২. সপোনত যদি পৰি থকা সাপ  দেখা পোৱা যায় তেন্তে ভৱিষ্যতে কাম প্ৰাপ্তিৰ সম্ভাৱনা থাকে।

৩. সপোনত নাগ হত্যা কৰা দেখা পোৱা বা তাৰ  প্ৰহাৰ কৰা দেখা পালে সন্তানৰ দুখ হোৱাৰ আশংকা থাকে। 

৪.যদি সপোনত কিবা খান্দি থাকোতে বা চাফা কৰি থাকোতে সাপ দেখা পোৱা যায় তেন্তে ই সামান্য ৰূপত শুভ হয়। ৰৈ যোৱা কাম সম্পূৰ্ণ হয়।

৫. সপোনত যদি সাপে  গাঁতৰ ভিতৰলৈ সোমাই যোৱা বা গাঁতৰ পৰা ওলাই অহা দেখা পোৱা যায় তেন্তে সেয়া  হঠাৎ  ধন লাভৰ সংকেত আৰু  ব্যৱসায় বৃদ্ধিৰ চিন। 

৬.যদি সপোনত সাপে  দংশন কৰা দেখা পোৱা যায় তেন্তে ইয়াক  শুভ সপোন বুলি মনা হয়। এনেধৰণৰ সপোন দেখা ব্যক্তিৰ ভাগ্য শীঘ্ৰেই মুকলি হয়। তেওঁৰ সমাজত মান সন্মান বৃদ্ধি  হয়।

৭.যদি সপোনত সাপে  ৰাস্তা পাৰ হৈ যোৱা দেখা যায় তেন্তে সেই ব্যক্তিজনৰ সন্মুখত শত্ৰুৱে সেও মানে। 

৮. সপোনত সাপক  পূজা কৰা দেখা পালে ৰৈ থকা গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠে। ঘৰত সুখ শান্তিৰ বাতাবৰণ সৃষ্টি হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ