--°C
Loading...
Listen to Article
2 min read
80%
২৩ মাৰ্চ ২০২৩, শনিবাৰ
 

মেষ ৰাশি: ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়িক বিষয়ত ভ্ৰমণৰ জৰিয়তে লাভান্বিত হোৱাৰ যোগ। পৰিয়ালটোত সুখৰ পৰিৱেশো থাকিব। শুভ সংখ্যা-৫, শুভ ৰং-আকাশী নীলা।

বৃষ ৰাশি: দিনটো শুভ ৷ আজি আপুনি নিজকে সুস্থ আৰু সবল অনুভৱ কৰিব । মন উৎফুল্লিত হৈ থাকিব ৷ আৰ্থিক ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত ল’ব ৷ চকুৰ সমস্যাই সামান্য কষ্ট দিব পাৰে ৷ শুভ সংখ্যা-২, শুভ ৰং- নীলা।

মিথুন ৰাশি: চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা থাকিব। হঠাতে ধন প্ৰাপ্ত কৰাৰ যোগ আছে। দীৰ্ঘদিন ধৰি অমীমাংসিত কামবোৰো সম্পূৰ্ণ হোৱাৰ যোগ দেখা যায় আজিৰ দিনটোত। শুভ সংখ্যা- ২, শুভ ৰং- মেৰুণ।

কৰ্কট ৰাশি: কৰ্মক্ষেত্ৰ আৰু আন বিভিন্ন ক্ষেত্ৰৰপৰা প্ৰশংসা লাভ কৰিব ৷ দাম্পত্য জীৱনত সুখময় হব আজি ৷ কথাবতৰা আৰু আচৰণক নিয়ন্ত্ৰণত ৰাখক ক্ৰোধে কিছু সমস্যাত পেলাব পাৰে ৷ শুভ সংখ্যা-৯, শুভ ৰং- মুগা।

সিংহ ৰাশি : এই ৰাশিৰ লোকে চাকৰিত এটা ডাঙৰ পদো পাব পাৰে নাইবা পদোন্নতিৰ যোগ দেখা যায়। সংগীৰ ভাগ্যৰ পৰা ধন লাভান্বিত হ’ব। শিক্ষাৰ ক্ষেত্ৰতো আপুনি ভাল ফলাফল পাব। সন্মান বৃদ্ধি হ’ব। শুভ সংখ্যা-৭ , শুভ ৰং- বেঙুনীয়া।

কন্যা ৰাশি: আজিৰ দিনটো মধ্যমীয়া । স্বাস্থ্যও ভালে থাকিব ৷ ব্যয় বৃদ্ধি ৷ ধন সঞ্চয় কৰক অন্যথা ভৱিষ্যতে বিপদত পৰিব পাৰে ৷ ব্যৱসায়ত উন্নতি হোৱাৰ যোগ, কেৱল কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে জ্য়োষ্ঠজনৰ পৰামৰ্শ লব। শুভ সংখ্যা-৯ , শুভ ৰং-বেঙুনীয়া।

তুলা ৰাশি: ব্যৱসায়-বাণিজ্যত সফলতা ৷ পৰিয়ালৰ লোক বা বন্ধুৰ সৈতে ভ্ৰমণ যোগ। পদোন্নতৰ লগতে আজিৰ দিনটোত সমাজৰ পৰা প্ৰশংসা প্ৰাপ্তি তথা সন্মান লাভৰ যোগ আছে। আইনী কাৰ্যৰ বাবে দিনটো শুভ ৷ শুভ সংখ্যা-৭, শুভ ৰং- সুমথীৰা।

বৃশ্চিক ৰাশি: এই ৰাশিৰ লোকসকলে ব্যৱসায়ত লাভান্বিত হ’ব। ব্যৱসায়ত ধন লাভ আৰু সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব। নতুন পৰিকল্পনা ফলপ্ৰসূ হ’ব। ঋণত দিয়া টকাও ঘূৰি আহিব পাৰে আজিৰ দিনটোত। শুভ সংখ্যা- ৮, শুভ ৰং- আকাশী নীলা।

ধনু ৰাশি: ব্যৱসায়ীৰ বাবে আজিৰ দিনটো কিছু কষ্ট হব পাৰে। ব্যৱসায়ৰ বাবে ঘৰৰ কোনো কাম এৰি দূৰলৈয়ো যাব লগা হব পাৰে ৷ বন্ধু আৰু পৰিয়ালৰ সৈতে থকা কোনো মনোমালিন্য আঁতৰ হব ৷ আৰ্থিক লাভৰ যোগ আছে ৷ শুভ সংখ্যা- ৬, শুভ ৰং-ৰঙা।

মকৰ ৰাশি: শনি দেৱ মকৰ ৰাশিৰ লোকসকলৰ লাভৰ স্থানত বহি আছে। ইয়াৰ বাবে এই ৰাশিৰ লোকে চাকৰিত নতুন সুযোগ পাব পাৰে। দৰমহাও বৃদ্ধি হ’ব পাৰে। উপাৰ্জনৰ উৎস বৃদ্ধি হ’ব। শুভ সংখ্যা- ৪,শুভ ৰং- হালধীয়া।

কুম্ভ ৰাশি: এই ৰাশিৰ লোকে আজি নতুন কাম হাতত নলব ৷ গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰত খৰধৰকৈ কোনো সিদ্ধান্ত নল’ব। আপোনাৰ কথা বা আচৰণে প্ৰিয়জনক মনত আঘাত দিব পাৰে ৷ শুভ সংখ্যা- ৭, শুভ ৰং- বগা।

মীন ৰাশি: আজিৰ দিনটো মধ্যমীয়া হ'ব। কথা কওঁতে সচেতন হওক ৷ কৰ্মস্থলীত সহকৰ্মীৰ পৰা কঠোৰ প্ৰতিদ্বন্দীতাৰ সন্মুখীন হ’ব ৷ প্ৰিয়জনৰ সৈতে যাত্ৰাৰ যোগ দেখা যায়। শিক্ষাৰ্থী সকলে কষ্টৰ ফল পাব। শুভ সংখ্যা-১, শুভ ৰং- মুগা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি