--°C
Loading...
Listen to Article
2 min read
80%
০৫/০৩/২৪, মঙলবাৰ

মেষ-মনৰ সন্তুষ্টি থাকিব। যিকোনো ৰত্ন পিন্ধাৰ পৰা বিৰত থাকক।আনৰ বেয়া চিন্তা নকৰিব নিজৰেই অপকাৰ হ'ব।দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ'ব।ধন বৃদ্ধি হ'ব।

বৃষ-গুৰুৰ কৃপাত শুভফল পাব।পৰীক্ষাত অসফলতা।জুইৰ পৰা সাৱধানে থাকিব।পূব দিশত যাত্ৰা নকৰিব বিপদ হ'ব পাৰে।কৰ্মত নিষ্ঠা বৃদ্ধি।

মিথুন-ঘৰুৱা জঞ্জাল বৃদ্ধি।যিকোনো লোকক প্ৰশয় নিদিব।সততাৰ আশ্ৰয় ল'ব।যান-বাহন চলাওতে সাৱধান হ'ব।

কৰ্কট-আত্ম অভিমান বাঢ়িব।উৎকন্ঠাত ভুল সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক।খেলত সুনাম বৃদ্ধি।শনি মন্দিৰ দৰ্শন কৰক।শনি দোষ নাশ হ'ব।

সিংহ-কৰ্মদক্ষতা বৃদ্ধি হ'ব।মনৰ ভাৱ প্ৰকাশ নকৰিব।কাজিয়াৰ পৰা আঁতৰত থাকিব।আনৰ অন্যায় নকৰিব।ঘৰলৈ আলহী আহিব পাৰে।

কন্যা-কৰ্ম বৃদ্ধি পাব।সৎ লোকৰ সান্নিধ্য পাব।উচ্চ শিক্ষাত সুনাম বৃদ্ধি।খং কমাৱক।অৰ্থ লাভ হ'ব।

তুলা-সুনাম বৃদ্ধি হ'ব।হতাশা পৰিহাৰ কৰক।ধনৰ লেনদেনত সাৱধান হ'ব।কোনো বস্তু হেৰাব পাৰে।

বৃশ্চিক-মানসিক স্থিতি উন্নত হ'ব।ধন বৃদ্ধি হ'ব।ঘৰৰ পোহনীয়া পশুৰ ৰোগ হ'ব পাৰে।

ধনু-আয় বৃদ্ধি।কৰ্ট-কাছাৰীৰ আওতালৈ আহিব পাৰে।ঘৰলৈ আলহী আহিব।সমন্ধীয় লোকৰ আগমন হ'ব পাৰে।বাহন চলাওতে সাৱধান হ'ব।

মকৰ-এই ৰাশিৰ বাবে আজি অতি শুভ।ফচি থকা ধন ঘূৰাই পাব।বাহন ক্ৰয়ৰ যোগ।পশ্চিম দিশত যাত্ৰা নকৰিব।

কুম্ভ-এই ৰাশিৰ বাবে আজি শুভ ফল লাভ।কৰ্মলাভৰ যোগ।পদোন্নতি হ'ব পাৰে।সম্পদ বৃদ্ধি হ'ব।গৌৰৱ প্ৰাপ্তি।

মীন-আজি অতি শুভ।এই ৰাশিৰ বাবে আজি সম্পদ লাভ হ'ব।ঘৰলৈ আলহী আহিব। প্ৰেমত শান্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ