--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি জানো যে প্ৰতিটো অমৱস্যৰ গুৰুত্ব আছে, এই দিনটোত গ দান কৰিলে অধিক ফলাফল পোৱা যায়। ২০২২ চনৰ শেষৰটো অমাৱস্যা আজি ২৩ ডিচেম্বৰত। ইয়াক মাৰ্গশিৰ্ষ অমাৱস্যা বুলি জনা যায়। এইটো এটা অতি ডাঙৰ অমাৱস্যা আৰু লগতে বছৰৰ শেষৰটো, গতিকে ইয়াৰ গুৰুত্বও বিশেষ। আজি দানৰ কৰাৰ গুৰুত্বৰ বিষয়ে জানি লওক 

মাৰ্গশিৰ্ষ মাহৰ কৃষ্ণ পক্ষৰ অন্তিম দিনটোক অমাৱস্যা বুলি কোৱা হয় আৰু এইবাৰ এই তাৰিখ ২০২২ চনৰ ২৩ নৱেম্বৰ অৰ্থাৎ বুধবাৰ অৰ্থাৎ আজি।  এই দিনটোত পূৰ্বপুৰুষৰ বাবে শ্ৰদ্ধা-অনুষ্ঠান সম্পন্ন কৰাটো ফলপ্ৰসূ বুলি গণ্য কৰা হয়। উল্লেখযোগ্য  যে অমাৱস্যা তিথি ২৩ নৱেম্বৰৰ পুৱা ৬.৫৩ বজাৰ পৰা আৰম্ভ হৈ ২৪ নৱেম্বৰৰ পুৱা ৪.২৬ বজাত শেষ হ’ব। 

এই অমাৱস্যাত দানৰ বিশেষ গুৰুত্ব আছে। কোৱা হয় যে‌এনে কৰিলে মানুহে পূৰ্বপুৰুষৰ আশীৰ্বাদ পায় আৰু মোক্ষৰ পথ মুকলি হয়। 

এই অমাৱস্যা বিশেষ কাৰণ ই বছৰৰ শেষ আৰু মাৰ্গশিৰ্ষ অমৱস্যা। ইয়াৰ লগে লগে আজিৰ দিনটোতে পিতৃ দোষৰ সামৰণি পৰে। এই দিনটোত নদীত গা ধুই পূৰ্বপুৰুষক পানীৰে অৰ্পণ কৰিব লাগে। ইয়াৰ ফলত পূৰ্বপুৰুষসকল সুখী আৰু সন্তুষ্ট হয়, যিসকল লোকৰ পিতৃ দোষ আছে, তেওঁলোকে মাৰ্শিশ অমৱস্যাৰ দিনা পূৰ্বপুৰুষৰ বাবে পিণ্ডদান, শ্ৰদ্ধা, তৰ্পন আদি কৰিব লাগে। এই দিনটোত পূজাৰ সময়ত গজেন্দ্ৰ মোক্ষ পাঠ কৰিব লাগে। ইয়াৰ ফলত পিতৃ দোষৰ অন্ত পৰে আৰু তেওঁৰ আশীৰ্বাদ সদায় পৰিয়ালটোৰ ওপৰত থাকে। এই দিনটোত ব্ৰাহ্মণক খাদ্য দান কৰক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক