--°C
Loading...
Listen to Article
2 min read
80%
 ১৫ মাৰ্চ ২০২৩, বুধবাৰ

মেষ ৰাশি: আজি আপোনাৰ বাবে এটা বিশেষ দিন যিটোৰ বাবে আপুনি ইমান দিন চিন্তিত আছিল আজি সেইটো আপুনি পাব পাৰে। কৰ্মক্ষেত্ৰত শুভ। শুভ সংখ্যা ৪ আৰু শুভ ৰং নীলা।

বৃষ ৰাশি: আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হ’ব। কৰ্মসংস্থাপন বিচৰা লোকসকলেও আৰু কিছু সময়ৰ বাবে চিন্তা কৰিব লাগিব। পাৰিবাৰিক দিশত কিছু চিন্তিত হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫ আৰু শুভ ৰং ৰঙা।

মিথুন ৰাশি: আজি আপোনাৰ কাৰণে এটা মিশ্ৰিত দিন হ’বলৈ গৈ আছে। আপোনাৰ বুজাবুজিৰে যিকোনো ডাঙৰ অসুবিধাৰ পৰা সহজেই ওলাই আহিব পাৰি। ব্যৱসায় দিশত শুভ। শুভ সংখ্যা ৭ আৰু ৰং বগা।

কৰ্কট ৰাশি: আজি দিনটো আপোনাৰ অসুবিধাৰ মাজেৰে পাৰ হ’ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। শুভ সংখ্যা ৮ আৰু শুভ ৰং সেউজীয়া।

সিংহ ৰাশিৰ: আজি আপোনাৰ প্ৰতিপত্তি বৃদ্ধিৰ দিন হ’ব। কাৰোবাক টকা ধাৰলৈ দিলে আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে। শুভ সংখ্যা ৮ আৰু শুভ ৰং গুলপীয়া।

কন্যা ৰাশি: আজি আপোনালোকৰ বাবে এটা ভাল দিন হ’বলৈ গৈ আছে। আপোনাৰ লক্ষ্য সফল হোৱাৰ পথত। শিক্ষাৰ্থী সকলৰ বাবে শুভ। শুভ সংখ্যা ৬ আৰু শুভ ৰং বেঙুনীয়া।

তুলা ৰাশি: কৰ্মক্ষেত্ৰত বেছি খৰখেদা নকৰিব, এনে কৰিলে ডাঙৰ ভুলৰ সৃষ্টি হ’ব পাৰে। ব্যৱসায়ত স্বাভাৱিক লাভ। পাৰিবাৰিক দিশত শুভ। শুভ সংখ্যা ৯ আৰু শুভ ৰং বগা।

বৃশ্চিক ৰাশি: আজি দিনটোত আপুনৰ কথা-বতৰাত কিছু সাৱধানতা অৱলম্বন কৰক। মনৰ যিকোনো ইচ্ছা পূৰণৰ বাবেই আপুনি ধৰ্মীয় যাত্ৰা কৰিব পাৰে। বিদ্যাত শুভ। শুভ সংখ্যা ৫ আৰু শুভ ৰং ৰঙা।

ধনু ৰাশি – ধৈৰ্য্য ধৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত লাভৰ সুযোগ থাকিব। অত্যধিক খং পৰিহাৰ কৰক। বৈবাহিক সুখ বাঢ়িব পাৰে। শুভ সংখ্যা ৪ আৰু শুভ ৰং বগা।

মকৰ ৰাশি – যিকোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বাবে বিবাদৰ পৰিস্থিতি হব পাৰে। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। পাৰিবাৰিক অশান্তিৰ মাজতে দিনটো পাৰ হোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৮ আৰু শুভ ৰং বেঙুনীয়া।

কুম্ভ ৰাশি – সচেতন হওক আৰু অত্যধিক খং পৰিহাৰ কৰক। শিশুৰ পৰা ভাল খবৰ পাব পাৰে। পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। বিদ্যাত শুভ। শুভ সংখ্যা ১ আৰু শুভ ৰং বগা।

মীন ৰাশি – আত্মবিশ্বাস বাহিব। কামৰ ক্ষেত্ৰখনৰ পৰিৱৰ্তন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। কথা-বতৰাত ভাৰসাম্য ৰক্ষা কৰক। ব্যৱসায়ৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা ৫ আৰু শুভ ৰং সেউজীয়া।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক