--°C
Loading...
Listen to Article
2 min read
80%


৬ ফেব্ৰুৱাৰী ২০২৪, মঙলবাৰ

মেষ ৰাশি – শৰীৰৰ শুভ। পইচা পাব। ব্যৱসায়ী-উদ্যমী সকলৰ বাবে দিনটো ভাল। নতুন সংযোগ হোৱাৰ সংকেত। শুভ সংখ্যা ১, ৰং নীলা।

বৃষ ৰাশি – মন অশান্ত। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব । পৰিয়ালৰ মাজতো খঙৰ বাবে মনোমালিন্য হ'ব পাৰে। সাৱধানে চলিব। শুভ সংখ্যা ৯, শুভ ৰং সুমথিৰা।

মিথুন ৰাশি – বন্ধুৰ সৈতে সংঘাত। পৰিয়ালৰ লোকৰ সৈতে সমন্ধবোৰ মজবুত হ'ব যদিও কোনো মুহুৰ্তত হতাশা আহিব পাৰে । আলহী আহিব। শৰীৰৰ উন্নতি।শুভ সংখ্যা ২, শুভ ৰং বেঙুনীয়া।

কৰ্কট ৰাশি- পিতৃ- মাতৃৰ শুভ। নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰাখিব। আৰ্থিক দিশত আজিৰ দিনটো ভাল। শুভ সংখ্যা ৩, শুভ ৰং নীলা।

সিংহ ৰাশি – শৰীৰ মধ্যম। ভাগ্যৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু দুৰ্বল। খৰছো বৃদ্ধি পোৱাৰ সম্ভাৱনা। স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক শক্তিশালী হব। শুভ সংখ্যা ৭, শুভ ৰং বগা।

কন্যা ৰাশি-  কামবোৰ হ'ব। কোনো ভাল বন্ধুৰ পৰা দুখৰ খবৰ পাব পাৰে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে জ্যেষ্ঠ জনৰ দিহা পৰামৰ্শ গ্ৰহণ কৰিব। শুভ সংখ্যা ১, শুভ ৰং হালধীয়া।

তুলা ৰাশি – আলহী আহিব। সন্তানৰ ভৱিষ্যতক লৈ কিছু সমস্যা থাকিব। শৰীৰ মধ্যম। শুভ সংখ্যা ৫, শুভ ৰং বগা।

বৃশ্চিক ৰাশি – প্ৰেমত অশান্তি। কোনো ভয় বা শংকাৰ বাবে মনত খুদুৱনি থাকিব। সন্ধিয়া ঘৰলৈ আলহী অতিথি অহাৰ সংযোগ। শুভ সংখ্যা ৪, শুভ ৰং ধোঁৱা বৰণ বা ছাই বৰণ।

ধনু ৰাশি – আৱেগিক নহ'ব।  ক্ৰোধ সম্বৰণ কৰিব। লোকচান হোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ প্ৰতি নজৰ দিব । শুভ সংখ্যা ৮, শুভ ৰং বগা ।

মকৰ ৰাশি-  পৰিয়ালৰ শুভ। শিক্ষাৰ্থী সকলৰ বাবে দিনটো ভাল। যাত্ৰাৰ সংযোগ। শুভ সংখ্যা ৮, শুভ ৰং বগা ।

কুম্ভ ৰাশি – সুখৰ দিন। যদি কৰবালৈ যোৱাৰ বাবে পৰিকল্পনা কৰিছে তেন্তে লগত নিব লগা সামগ্ৰী ভালদৰে পৰীক্ষা কৰক। চোৰৰ পৰা সাৱধান। শুভ সংখ্যা ৪, শুভ ৰং নীলা।

মীন ৰাশি –প্ৰেমত সুখ। আইন সম্পৰ্কীয় কাম কাজত ৰেহাই পাব।মাতৃৰ সৈতে যাত্ৰাৰ সম্ভাৱনা । শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ