--°C
Loading...
Listen to Article
2 min read
80%
২ ছেপ্টেম্বৰ ২০২৩, শনিবাৰ

১. মেষ ৰাশিঃ  মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মস্থানত সামান্য পৰিৱৰ্তন আহিব পাৰে, মনত সামান্য ক্লেষ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়। 

২. বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতিক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যি কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সজাগ হ'ব, নহ'লে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। আজি ছাত্ৰ-ছাত্ৰীসকলে জ্ঞান আহৰণৰ সুযোগ লাভ কৰাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশিঃ মিথুন ৰাশিৰ জাতিক-জাতিকাসকলে আজিৰ দিনটোত আপোন ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। শিল্পী সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ক্ষতি হ'ব পৰা কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব।

৪. কৰ্কট ৰাশিঃ কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ভ্ৰমণত সুখ শান্তি লাভ কৰিব, লগতে আজি আপুনি প্ৰতিভা বিকাশৰ সুযোগ সুবিধা লাভ কৰাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিঃ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। আজি আপুনি সজাগ নহ'লে সামান্য চকুৰ অসুখ হোৱাৰ যোগ দেখা যায়।







৬. কন্যা ৰাশিঃ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন-সম্পত্তি বাঢ়িব। আপোনাৰ মনত কষ্ট পাবলগীয়া কৰ্মৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। লগতে আজি আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৭. তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব। কোনো দ্ৰব্য লাভ কৰিব। আজি আপোনাৰ ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশিঃ বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, কৰ্মত সন্মান লাভ কৰিব, লগতে আজি আপুনি কৰবাত পাবলগীয়া ধন ঘূৰাই পোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশিঃ ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, কৰ্মক্ষেত্ৰত ভাল নাম লাভ কৰিব। লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশিঃ মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ব্যক্তি শিক্ষকতাৰ লগত জড়িত তেওলোকৰ আজি শুভ বুলি কব পাৰি। আজি আপুনি সজাগ নহ'লে মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। আজি আপুনি প্ৰেমৰ ক্ষেত্ৰত সজাগ হোৱাটো ভাল হ'ব। 

১১. কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব। যান বাহনৰ পৰা সুখ লাভ কৰিব। মনত শুভ বুদ্ধিৰ উদয় হ'ব, লগতে আজি আপোনাৰ মনৰ চিন্তাধাৰা উন্নত মানৰ হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশিঃ মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ'ব, আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক দিশত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ