--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনোবাজন দেৱতাৰ নামত উৎসৰ্গিত। ঠিক তেনেদৰে শনিবাৰটো ভগৱান শনিৰ নামত উৎসৰ্গিত কৰা হয়। বিশ্বাস কৰা হয় এজন ভক্তই যদি শনিবাৰে শুদ্ধ মনেৰে শনি দেৱক উপাসনা কৰে, তেন্তে তেওঁৰ সকলো সমস্যা আঁতৰ হয়। শনিদেৱে ভক্তক কৰ্ম অনুসৰি ফল দিয়ে। 

যিজনে ভাল কৰ্ম কৰে, তেওঁ ভাল ফলাফল পায় আৰু যিসকলে বেয়া কাম কৰে, তেওঁলোকে বেয়া ফলাফল পায়। যদি কোনো এজন ব্যক্তিৰ ওপৰত শনিৰ বেয়া দৃষ্টি পৰে, তেন্তে তেওঁ বহুত দিনৰ বাবে নানান ধৰণৰ সমস্যাৰ সন্মুখীন হয়। সেয়েহে, শনিক দেৱতাক সন্তুষ্ট কৰিবলৈ শনিবাৰে কিছুমান কাম কৰিব নালাগে। কি কাম কৰিব নালাগে আজি এই বিষয়ে জানো আহক-

ভুলতো এই কাম নকৰিব শনিবাৰে 
১. শনিবাৰে কেতিয়াও ক'লা তিল কিনিব নালাগে। এই দিনটোত ক'লা তিল কিনাটোৱে কামত বাধা দিয়ে। শনি দশা আঁতৰাবলৈ আপুনি শনিবাৰে আঁহত গছৰ তলত  ক'লা তিল আগবঢ়াব পাৰে।
২. শনিবাৰে দৰিদ্ৰ বা অসহায় ব্যক্তি তথা মহিলাক অপমান কৰিব নালাগে।
৩. এইটো দিনত আপুনি ভুলতো সুৰা সেৱন নকৰিব। শনিবাৰে সুৰা সেৱন কৰিলে শনিৰ অভিশাপৰ সন্মুখীন হ'ব পাৰে আপুনি। 
৪. শনিবাৰে নখ আৰু চুলি নাকাটিব।
৫. বিশ্বাস কৰা হয় এই দিনটোত নিমখ ক্ৰয় কৰিলে ঋণৰ বোজা বৃদ্ধি হয়।
৬. এই দিনটোত পূব, উত্তৰ আৰু উত্তৰ-পূব দিশত ভ্ৰমণ নকৰিব। যদি কিবা কামৰ বাবে ওলাব লাগে তেনেহ'লে ঘৰৰ পৰা ওলোৱাৰ ঠিক আগতে এটুকুৰা আদা খাই ওলাব।
৭. ভুলতো শনিবাৰে গাখীৰ বা দৈ নাখাব।
৮. ক'লা জোতা শনিবাৰে কিনিব নালাগে যদি ক্ৰয় কৰে ক'লা জোতাৰ ফলত কামত বিফলতা আহে। 
১০. কেতিয়াও মিছা কথা কব নালাগে শনিবাৰে ।
১১. এই দিনটোত তেল, কাঠ, কয়লা, লো ক্ৰয় কৰাটোও অশুভ বুলি গণ্য কৰা হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ