--°C
Loading...
Listen to Article
2 min read
80%
০৯/০১/২০২৪, মঙলবাৰ

মেষ- মানসিক অস্থিৰতা বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত সংকট আহিব পাৰে। পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হওঁক। 

বৃষ – অত্যাধিক কাম কৰি ভাগৰি পৰিব পাৰে। স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজন। আত্মীয়ৰ পৰা কিছু ইতিবাচক খবৰ আহিব পাৰে। 

মিথুন – প্ৰিয়জনৰ সৈতে তৰ্ক হোৱাৰ সম্ভাৱনা । কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ ভাবি চিন্তি ল’ব। বিয়াৰ প্ৰস্তাৱ পাব পাৰে। 

কৰ্কট – কিছুমান অমীমাংসিত কামৰ বিষয়ত অগ্ৰগতিৰ সম্ভাৱনা। পৰিয়ালৰ উন্নতি হ’ব। ঘৰলৈ ধন আহিব। কামত জোৰ থাকিব।

সিংহ- পৰিয়ালত এক অতি প্ৰয়োজনীয় পৰিৱৰ্তন হ’ব।ব্যৱসায়ৰ বাবে আজিৰ দিনটো বেয়া।অশান্তি  বাঢ়িব। স্বাস্থ্য মধ্যম। 

কন্যা- মানসিক চাপ বাঢ়িব। কাৰ্যালয়ত আপোনাৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে আপুনি আজি প্ৰশংসা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি সুখী হ’ব। আলহী আহিব।

তুলা- বিবাহৰ প্ৰস্তাৱ আহিব।  সামাজিক কামৰ হেঁচা বাঢ়িব। ব্যয় বৃদ্ধি হ’ব। নতুন পৰিকল্পনা সম্পাদন কৰিবলৈ ভাল দিন। প্ৰেমত শুভ।

বৃশ্চিক – ৰোগৰ পৰা আৰোগ্য হ’ব। স্বাৰ্থপৰৰ পৰা আঁতৰি থকাটো বুদ্ধিমান হ’ব। সংসাৰত কিছু ভুল বুজা বুজি হ’ব পাৰে। প্ৰেমত শুভ।

ধনু- কাৰ্যক্ষেত্ৰত উন্নতি হ’ব৷ কৰ্মত ব্যস্ততা বাঢ়িব। ভ্ৰমণত সাৱধান হ’ব। স্বাস্থ্য ভালে থাকিব।বন্ধুৰ সৈতে মিলন হ’ব। সংসাৰত শুভ। 

মকৰ -সন্মান বাঢ়িব৷ বস্তু হেৰাব পাৰে,সাৱধান হওক। খৰচ হ্ৰাস হোৱাৰ যোগ দেখা যায়। প্ৰেমত দূৰত্ব বাঢ়িব। শৰীৰ-মন সুন্দৰ। বিবাহৰ যোগ।

কুম্ভ- শিক্ষাৰ্থীসকলে ফলাফল আশা কৰিব পাৰে। নিজৰ দক্ষতাত লাভৰ পৰিমাণ অলপ বৃদ্ধি কৰিব পাৰি। ঘৰুৱা কামত মনোযোগ দিয়ক। ব্যৱসায়ীসকলৰ অৰ্থনৈতিক দিশটো ভাল। 

মীন- কৰ্মজগতত, উচ্চপদস্থ ব্যক্তিৰ প্ৰশংসা লাভ কৰিব। অতিৰিক্ত চাপ লোৱাৰ কোনো প্ৰয়োজন নাই। ৰাজনৈতিক দিশত লাভালাভ। পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন