--°C
Loading...
Listen to Article
2 min read
80%
 

২৮/০২/২০২৪, বুধবাৰ

মেষ : কৰ্মক্ষেত্ৰত ইতিবাচক পৰিস্থিতি থাকিব। আপোনাৰ কামৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এয়া উচিত সময়। সময়ৰ অপব্যয় নকৰিব। 

বৃষ : অৰ্থ বিনিয়োগৰ কথা ভাবিছে যদি সেয়া বৰ্তমানে স্থগিত ৰাখক। ধন বিনিয়োগৰ বাবে এয়া উচিত সময় নহয়। আজিৰ দিনটোত যাত্ৰা এৰাই চলক। 

মিথুন : মানসিকভাৱে নিজকে সকলো পৰিস্থিতিৰ বাবে প্ৰস্তুত ৰাখক। কৰ্মক্ষেত্ৰত আপোনাৰ সৰলতাৰ অপপ্ৰয়োগ হ’ব পাৰে সাৱধান হওক। 

কৰ্কট : দীৰ্ঘদিনৰ পৰিশ্ৰমৰ আজি উচিত ফল লাভ কৰাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব। পৰিয়ালৰো সমৰ্থন লাভ কৰিব। 

সিংহ : সকলো মনে ভবা ধৰণে নহ’বও পাৰে, বিচলিত নহব, এয়া সাময়িক। আপোনাৰ ব্যক্তিত্বই অন্য লোকক প্ৰভাৱিত কৰিব। ভাবি গুণি কামত আগবাঢ়ক। 

কন্যা : নতুন নতুন যোগাযোগ হ’ব পাৰে, যিয়ে আপোনাক আজি নহলেও ভৱিষ্যতে সহায় কৰিব। স্বাস্থ্য সম্পৰ্কে সচেতন থাকক। শিক্ষাৰ ক্ষেত্ৰত ভাল। 

তুলা : প্ৰেম তথা পাৰিবাৰিক দিশত আজি ভাল। বিবাহপ্ৰাৰ্থীৰ বিবাহৰ কথা বতৰা আগবাঢ়িব। ব্যৱসায়ত বা চাকৰিত কামৰ চাপ কম থাকিব। 

বৃশ্চিক : আৰ্থিক দিশত আজি এইসকল ৰাশিৰ লোকৰ ভাল। মনৰ কথা শুনি চলাৰ চেষ্টা কৰক। ক্ৰোধ সম্বৰণৰ বাবে চেষ্টা কৰিব। 

ধনু : আজি নৱেম্বৰৰ পহিলা দিনটোৰ ভ্ৰমণৰ যোগ আছে। যিয়ে লাভাম্বিত কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন, লাভ হ’ব। 

মকৰ : কৰ্মক্ষেত্ৰত শুভ যোগ। অৰ্থনৈতিক সমৃদ্ধিৰ সম্ভাৱনা। অকাৰণত কাৰোৰে ওপৰত ক্ৰোধ নকৰিব। সকলো সমস্যাৰ সমাধান পাব। 

কুম্ভ : শিক্ষাৰ দিশত আজি কিছু দুৰ্বল দেখা যায়। মন শান্ত কৰি ৰাখক। ভৰিত আঘাত পোৱাৰ সম্ভৱনা। নতুন কাপোৰ বা উপহাৰ লাভ কৰিব পাৰে। 

মীন : বহুি অমীমাংসিত সমস্যাৰ সমাধান হ’ব। জীৱনলৈ শান্তি আহিব। পৰিৱৰ্তনৰ বাবে এয়াই শ্ৰেষ্ঠ সময়। প্ৰিয়জনৰ সৈতে ভাল সময় অতিবাহিত হ’ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী