--°C
Loading...
Listen to Article
2 min read
80%
আজিৰ দিনটোৱে কি কঢ়িয়াই আনিছে আমাৰ বাবে?

১১ ছেপ্টেম্বৰ ২০২২

মেষ – হঠাতে ধন হেৰুওৱাৰ যোগ আছে। লেনদেনত সাৱধান হ’ব। খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক।

বৃষ -কোনেও আগবঢ়োৱা অফাৰটো প্ৰথমে ভালদৰে বুজি লওক অন্যথা লোকচান হ’ব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব পাৰে। 

মিথুন – কিছুমান ভাল সুযোগ আহিব পাৰে। নতুন লোকক লগ পোৱাটোও এটা যোগফল হ’ব। প্ৰতিভাৰ প্ৰশংসা হ’ব।  অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷

কৰ্কট – সময়মতে কামবোৰ সম্পূৰ্ণ কৰাত সফল হ’ব পাৰে। ধন সম্পৰ্কীয় কামত সফলতা থাকিব পাৰে। প্ৰেমত শুভ । অযথা বিতৰ্কত নোসোমাব।

সিংহ – এলাহ ভাব পৰিহাৰ কৰক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷আপুনি জ্যেষ্ঠসকলৰ সহায়ত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব পাৰে।

কন্যা – ধন ক্ষেত্ৰত লাভৰ স্থিতি আছে। কথাৰ প্ৰভাৱ থাকিব। সৌন্দৰ্যৰ চৰ্চাত মনোযোগ দিয়ক ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ 

তুলা – ধৈৰ্য ধৰক। পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ কৰ্ম স্থানত সন্মান লাভ কৰিব।

বৃশ্চিক – অপ্ৰয়োজনীয় কামত ধন ব্যয় কৰা হ’ব পাৰে। নতুন চাকৰিৰ বাবে ভাল সুযোগ আহিব। শিক্ষাৰ্থীৰ বাবে মধ্যম।

ধনু – কামবোৰ সম্পূৰ্ণ কৰাত প্ৰত্যাহ্বান থাকিব পাৰে। প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হৈ থাকিব আৰু ক্ষতিও কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷

মকৰ – সম্পদৰ ক্ষেত্ৰত অন্ধভাৱে বিশ্বাস কৰিলে ধন হেৰুওৱাৰ লগতে সমস্যা হ’ব পাৰে। মন পছন্দৰ কাৰ্যই আনন্দিত কৰিব ৷

কুম্ভ -ধৈৰ্যসহকাৰে কাম কৰিব লাগিব। খং আৰু অহংকাৰ পৰিহাৰ কৰিব। কাৰোৰে লগত বাদ-বিবাদ নকৰিব। 

মীন – উপাৰ্জনতকৈ অধিক টকা খৰচ কৰা পৰিহাৰ কৰিব। ধন পোৱা সম্ভাবনা আছে। কামত বিশেষ সফলতা আহিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ