--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশি –শিক্ষাৰ দিশত ভাল। নতুন ঘৰৰ সুখ পোৱাৰ সম্ভাৱনা। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। খৰছ বৃদ্ধি। প্ৰেমত শুভ।

বৃষ ৰাশি – আত্মবিশ্বাস থাকিব। খং সম্বৰণ কৰিব। কাৰোবাৰ পৰা শুভ বাৰ্তা লাভৰ আশা। খৰচ বৃদ্ধি পাব। 

মিথুন ৰাশি - কোনো সমস্যাই দেখা দিব পাৰে। আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা।  মান সন্মান বৃদ্ধি পাব। প্ৰেমত চিন্তা।

কৰ্কট ৰাশি- সকলোতে সংযম ৰাখক। খং নকৰিব।মন অশান্ত হৈ থাকিব। স্বাস্থ্য উন্নত। ভ্ৰমণত শুভ।

সিংহ ৰাশি – দিনটো ভালে যাব। প্ৰশংসা পাব কৰ্মক্ষেত্ৰত। পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি বিশেষ নজৰ দিব। খৰছ নিয়ন্ত্ৰণ। যাত্ৰা মংগলজনক ।

কন্যা ৰাশি- লোভ সম্বৰণ কৰিবলৈ চেষ্টা কৰিব।  নতুন প্ৰেমৰ সম্ভাৱনা। সমাজত মান বৃদ্ধি। ব্যয়  বৃদ্ধি। সন্তানক লৈ চিন্তা।

তুলা ৰাশি – পৰিয়ালত  শান্তি অটুট থাকিব। মাতৃৰ স্বাস্থ্য উন্নত। যাত্ৰাৰ সম্ভাৱনা। কুকুৰৰ পৰা সাৱধান। 

বৃশ্চিক ৰাশি – কাৰোবাৰ পৰা সহায় পাব। বিদ্যাৰ্থীয়ে সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিবাহৰ প্ৰস্তাৱ লাভৰ সম্ভাৱনা। কোনো শুভ সংবাদ লাভ কৰিব। 

ধনু ৰাশি – দিনটো ভালে যাব। কোনো সুখবৰে সুখী কৰিব। কামৰ দায়িত্ব বাঢ়িব। স্বাস্থ্যৰ প্ৰতি নজৰ দিব । সুৰাৰ প্ৰতি সংযম ৰাখক।

মকৰ ৰাশি- ব্যৱসায়ত উন্নতিৰ মুখ। আয় বৃদ্ধি। পতি-পত্নীৰ বাবে দিনটো ভাল। আলহী আহিব। প্ৰেম সুন্দৰ হ'ব।

কুম্ভ ৰাশি – মন ভালে থাকিব। মান-সন্মান বৃদ্ধি পাব। কামত অগ্ৰগতি থাকিব। প্ৰেমত শান্তি। মেকুৰী পুহিব পাৰে, মনৰ শান্তিৰ বাবে।

মীন ৰাশি –আলহী আগমনৰ সম্ভাৱনা। পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। কাৰোবাৰ পৰা কোনো সহায় পাব। প্ৰেমৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ যত্ন কৰিব। খৰচে চিন্তাত পেলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ