--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ কালৰূপ ধৰি আহিছে ক’ভিডে৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কেৰালাত যোৱা ২৪ ঘন্টাত ১১৫টা নতুনকৈ Covid-19 সংক্ৰমণ হোৱাৰ ফলত ৰাজ্যখনত ক’ভিড-১৯ৰ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা ১,৭৪৯জনলৈ বৃদ্ধি পাইছে।

মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি সমগ্ৰ দেশৰ পৰা মঙলবাৰে পুৱা ৮ বজালৈ ধৰা পৰা ১৪২ জনৰ ভিতৰত কেৰালাত ১১৫ জন ক'ৰ'না আক্ৰান্ত হৈছে।ৰাজ্যখনৰ পৰা যোৱা ২৪ ঘন্টাত ক’ৰোনা ভাইৰাছত কোনো লোকৰ মৃত্যু হোৱা নাই।সংক্ৰমণ ধৰা পৰাৰ পাছত যোৱা ২৪ ঘণ্টাত আৰোগ্য, ডিচচাৰ্জ কৰা লোকৰ সংখ্যা ১১২।ইয়াৰ লগে লগে  মুঠ আক্ৰান্তৰ সংখ্যা আজিলৈকে ৬৮,৩৬,৯৭৯ জনলৈ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক