--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰঙৰ উৎসৱ ফাকুৱা। ভিন্নৰঙী আবিৰেৰে ৰঙীন হ’ব চাৰিওদিশ। এই পবিত্ৰ উৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক হোলীৰ শুভেচ্ছা জনাইছে। তেওঁ টুইটযোগে দেশবাসীক হোলীৰ শুভেচ্ছা জনাই, তেওঁ কয় "সকলোকে হোলীৰ শুভেচ্ছা। ৰঙৰ এই উৎসৱে পাৰস্পৰিক স্নেহ, প্ৰেম আৰু ভাতৃত্ববোধ কঢ়িয়াই আনিক। সকলোৰে জীৱন সুখৰ ৰঙেৰে ভৰি থাকক। '' ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও দেশবাসীক হোলীৰ শুভেচ্ছা জনাইছে। তেওঁ টুইটাৰত লিখিছে, "পৱিত্ৰ হোলীৰ উপলক্ষে মই দেশৰ জনসাধাৰণক শুভকামনা আৰু শুভেচ্ছা জনাইছো। ৰঙৰ এই উৎসৱত সম্প্ৰীতি ধাৰা সৃষ্টি হওঁক। হোলীৰ এই উৎসৱ ভাতৃত্ববোধৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ। এই উৎসৱে বসন্তৰ আগমনৰ বাৰ্তা বহন কৰে। সকলো দেশবাসীৰ জীৱন আনন্দেৰে ভৰি থাকক। নতুন আশা সঞ্চাৰ কঢ়িযাই আনক। ' মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও হোলীৰ শুভেচ্ছা জনাইছে। শুকুৰবাৰে তেওঁ টুইট কৰে: "সকলোকে হোলীৰ শুভেচ্ছা জনাইছো। ৰঙৰ এই বিশাল উৎসৱে আমাৰ সকলোৰে জীৱনত সুখ, শান্তি, আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। বৈচিত্ৰ্য, বন্ধুত্ব আৰু সমতাৰ মনোভাৱই আমাক অনুপ্ৰাণিত কৰক। ভাৰতীয় পৰম্পৰা আৰু ধৰ্মীয় উৎসৱ সমূহৰ ভিতৰত ফাগুন মাহত পালন কৰা ফাকুৱা এক অন্যতম উৎসৱ । এই উৎসৱ ফাগুন মাহৰ শুক্লা তিথিৰ পুৰ্ণিমাত পালন কৰা হয়। ফাকুৱা এনে এক উৎসৱ যত প্ৰকৃতিৰ ৰঙত মতলীয় হৈ পৰে প্ৰতিজন মানুহৰ হৃদয়। ইযনে সিজনক মৰম যাচে আবিৰৰ ৰঙে। প্ৰকৃতিৰ যেন অলেখ অযুত ৰঙে নাচি উঠে চৌদিশে।ফাকুৱা উৎসৱ বিভিন্ন ধৰ্মাৱলম্বী মানুহে পালন কৰে নিজৰ নিজৰ পৰম্পৰা অনুসৰি।এই ফাকুৱা উৎসৱক বিভিন্ন দিশত বিভিন্ন নামেৰে জনা যায়। যেনে ফাকুৱা, ফল্গুসৱ, হলিকা দাহন, দেউল, বসন্তুসৱ, হোলি আদি। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা