--°C
Loading...
Listen to Article
2 min read
80%

মেষ- কাৰোবাৰ আগত আপোনাৰ চিন্তা প্ৰকাশ কৰিবলৈ দ্বিধা নকৰিব।আজি আত্মবিশ্বাসৰ অভাৱ দেখা যাব।যিয়ে আপোনাৰ সমস্যা জটিল কৰি তুলিব।শুভ সংখ্যা ৪, শুভ ৰং বগা।


বৃষ- ধনৰ লালসা বৃদ্ধি পাব। হুৰমুৰকে কোনো সিদ্ধান্ত নল’ব। যান বাহনৰ পৰা সাৱধানে থাকিব। মা দুৰ্গাক আৰাধনা কৰিব। শুভ সংখ্যা ১, শুভ ৰং নীলা।


মিথুন- কাম-কাজৰ পৰিসৰ বৃদ্ধি পাব। মা দুৰ্গাই নতুন কামৰ সুবিধা প্ৰদান কৰিব। ভ্ৰমণৰ সম্ভাৱনা অধিক। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব । শুভ সংখ্যা ৮, শুভ ৰং আকাশী।


কৰ্কট- আজি আপুনি কোনো সমস্যাৰ সমাধান লাভ কৰিব। কোনো মূল্যবান সম্পদ চুৰি হ’ব পাৰে| কবি-সাহিত্যিকৰ বাবে দিনটো শুভ। শুভ সংখ্যা ২, শুভ ৰং সোণালী।


সিংহ- মনৰ পৰা ভয় অৱসাদ আতৰিব। ঘৰলৈ আলহীৰ আগমন হ’ব। অন্ধবিশ্বাসে ক্ষতি কৰিব। ব্যৱসায়ত লাভৰ মুখ দেখিব। শুভ সংখ্যা ৭, শুভ ৰং বাদামী।


কন্যা- ভৱিষ্যতক লৈ কোনো সিদ্ধান্ত ললে আজি সফল হ’ব। ঘৰত আনন্দৰ পৰিৱেশে বিৰাজ কৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ সংখ্যা ৩, শুভ ৰং ৰঙা।


তুলা- অলসতা আৰু অৱাবত সময় নষ্ট নকৰিব। যিকোনো বিত্তীয় সম্পৰ্কীয় কাম কৰাৰ আগতে সঠিকভাৱে চিন্তা কৰিব। শুভ সংখ্যা ৬,শুভ ৰং সেউজীয়া।


বৃশ্চিক- পৰিয়ালৰ লত এটা সুন্দৰ দিন পাৰ হ’ব। বেলেগৰ কথাত হস্তক্ষেপ নকৰিব। হাতলৈ পইচা আহিব। প্ৰেমত শুভ। শুভ সংখ্যা ১, শুভ ৰং মুগা।


ধনু- নৱৰাত্ৰি পালন কৰা সকলে সুফল লাভ কৰিব। শৰীৰৰ যত্ন লওক। পানীৰ পৰা সাৱধানে থাকিব। হতাশা আতৰ হ’ব। শুভ সংখ্যা ৯, শুভ ৰং মাখন।


মকৰ- দুৰ ভ্ৰমণৰ যদি পৰিকল্পনা কৰি আছে তেনেহ'লে অতি শীঘ্ৰে তাৰ পূৰ্ণতা পাব। বৈবাহিক জীৱনত যদি কোনো কথাত কিবা সমস্যা চলি আছে তেনেহলে আজি সকলো থিক হ’ব। শুভ সংখ্যা ২, শুভ ৰং সেউজীয়া।


কুম্ভ- যিটো কামৰ বাবে আপুনি বহু দিনৰ পৰা চেষ্টা কৰি আছিলে সেই কামটোৱে আজি সফলতা লাভ কৰিব। কোনো ভাল খবৰ আহিব। মা দুৰ্গাক আৰাধনা কৰক। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।


মীন- সফলতা লাভ কৰিবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। বাহিৰৰ লোক সকলক আপোনাৰ ব্যক্তগত জীৱনত হস্তক্ষেপ কৰিবলৈ নিদিব। শুভ সংখ্যা ৫, শুভ ৰং গুলপীয়া।







FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ