--°C
Loading...
Listen to Article
2 min read
80%

নগাঁও : এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ মন্তব্যক কটু সমালোচনা বিজেপিৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷ জগতগুৰু শংকৰদেৱৰ আদৰ্শৰে আমাৰ সমাজখন আগবাঢ়িছে৷ আজমলৰ আদৰ্শ আৰু গুৰুজনাৰ আদৰ্শৰ মাজত কি পাৰ্থক্য আছে, সেয়া সকলোৱে জানে৷ আজমল অসমীয়া জাতিৰ কেতিয়াবা বন্ধু হ’ব পাৰে জানো বুলি আঙুলিয়াই পদ্ম হাজৰিকাই৷

আৰু পঢ়িব পাৰিব :উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: সদ্যহতে গ্ৰেপ্তাৰ নহয় শশী থাৰুৰ আৰু ছয়জন সাংবাদিক

সন্দেহযুক্ত নাগৰিকক সুৰক্ষা দিবৰ বাবেহে বদৰুদ্দিনৰ জন্ম হৈছে বুলিও কটাক্ষ তেওঁৰ৷ গুৰুজনাৰ লগতে গুৰুজনাৰ সৃষ্টিৰাজিক ধ্বংস কৰিবৰ কাৰণে গুৰুজনাৰ লগত নিজকে তুলনা কৰি অসমৰ মাটিত ইমান নিকৃষ্ট চিন্তা কৰাতো দুৰ্ভাগ্যজনক আৰু এইটো অক্ষমণীয় অপৰাধ৷এই অপৰাধৰ জবাব অহা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ লগতে আজমলৰ লগত লেটিপেটি কৰি ক্ষমতা দখল কৰিব বিচৰা শক্তিসমূহৰ ওপৰতো ৰাইজে উচিত সিদ্ধান্ত গ্ৰহণ কৰিব।

আৰু পঢ়িব পাৰিব :উত্তৰাখণ্ডত অব্য়াহত আছে উদ্ধাৰ অভিযান: ২৬ টা মৃতদেহৰ সন্ধান লাভ

আজি জামুগুৰিহাটৰ ‘বাপুজি ভৱন’ত সমষ্টিটোৰ পাঁচ শতাধিক শাৰীৰিকভাৱে সক্ষম লোকক প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয় বিধায়ক হাজৰিকাই৷ দিব্যাংগ প্ৰতিগৰাকী লোকেই সমাজত একো একোগৰাকী সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব বুলি আশা কৰি এই প্ৰমাণপত্ৰৰ জৰিয়তে প্ৰত্যেকেই চৰকাৰী প্ৰতিটো সুবিধা লাভ কৰিব পাৰিব বুলিও ব্যক্ত কৰে বিধায়ক পদ্ম হাজৰিকাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ