--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ২০ মাৰ্চ। আজি সমান হ’ব দিন আৰু ৰাতি।  দৰাচলতে প্ৰতি বছৰে ২১ মাৰ্চত দিন-ৰাতি সমান হয় যদিও  এইবাৰ লীপইয়েৰ বাবে  এদিন পূৰ্বেই অৰ্থাৎ ২০  মাৰ্চত  দিন আৰু ৰাতি সমান হ'ব।বুধবাৰৰ দিনটো  জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে বিশেষ দিন হিচাবে বিবেচিত হৈছে।  বিজ্ঞানীসকলৰ মতে  বছৰত দুবাৰ দিন আৰু ৰাতি  সমান হয়। 

 ২০ বা ২১ মাৰ্চৰ উপৰি  ২৩  ছেপ্টেম্বৰতো দিন-ৰাতি সমান হয়। আজিৰ দিনটোত  বিষুৱৰেখা  লম্ব হোৱাৰ বাবে সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৃথিৱীত  পৰে। ফলত ১২  ঘণ্টাৰ দিন আৰু ১২  ঘণ্টাৰ ৰাতি হয়। য়াৰ  পিছতে  সূৰ্যই উত্তৰ গোলাৰ্ধত প্ৰৱেশ কৰে, ইয়াৰ ফলত দিন  দীঘল আৰু ৰাতি  চুটি হ'বলৈ ধৰে। 
লীপইয়েৰ কি? লীপইয়েৰ হৈছে এনে  এটা বছৰ যিটো বছৰত  এদিন বেছি হয়।

এই বছৰটো প্ৰতি চাৰি বছৰত এবাৰকৈ আহে। প্ৰকৃততে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ প্ৰকৃততে ৩৬৫  দিন আৰু ছঘণ্টা সময় লাগে। এই ছঘণ্টা  জমা হৈ গৈ থাকে আৰু  চাৰি বছৰত  ই ২৪  ঘণ্টাৰ সৃষ্টি কৰে, এয়া  হৈছে এটা অতিৰিক্ত দিন। যেতিয়া এই এদিন ফেব্ৰুৱাৰীত যোগ দিয়া হয়, ফেব্ৰুৱাৰী ২৮  ৰ পৰা ২৯ দিনীয়া হয় আৰু বছৰটোক লীপইয়েৰ বুলি কোৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ