--°C
Loading...
Listen to Article
2 min read
80%
২০ মে'২০২৩, শনিবাৰ

মেষ -দক্ষতা সাহস আৰু বুদ্ধিমত্তাৰ পৰিচয় দিয়ক | মূল্যবান সম্পদ লাভ কৰিব | জৰুৰী কামত আনক ভৰসা নকৰিব |প্ৰেমত সাৱধান হ’ব | শুভ সংখ্যা ৭ , শুভ ৰং কমলা |

বৃষ-  সকলো কথাতে আনৰ ওপৰত নিৰ্ভৰ নকৰিব | সম্পত্তি ক্ৰয় কৰিব পাৰিব | কোনো বিশেষ লোকৰ সানিধ্য লাভ কৰিব | শুভ সংখ্যা ৫, শুভ ৰং বাদামী |

মিথুন – মইমতালিৰে কোনো কাম নকৰিব | পদে পদে শত্ৰু থাকিব | দাম্পত্যত আশা কৰা মতে ফল পাব |শুভ সংখ্যা ১ , শুভ ৰং গোলপীয়া |

কৰ্কট – অনৰ্থক কথা লৈ মূৰ নঘমাব | জন্তুৰ পৰা সাৱধান হ’ব | আনৰ তোষামোদত ভোল নাযাব | শুভ সংখ্যা ৬ , শুভ ৰং হালধীয়া |

সিংহ – হঠাতে কাকো প্ৰতিশ্ৰুতি নিদিব | ঘৰলৈ আলহীৰ আগমন হ’ব | কৰ্মক্ষেত্ৰত সাৱধান হ’ব | শুভ সংখ্যা ২ , শুভ ৰং গাঢ় মুগা |

কন্যা – হাতলৈ ধন আহিব | আবেলি কোনো ভাল খবৰ লাভ কৰিব | খাদ্যৰ প্ৰতি সচেতন হ’ব| শুভ সংখ্যা ৪ , শুভ ৰং বগা |

তুলা – মনত সংশয় থাকিব | দাঁতৰ বিষ চৰ্ম ৰোগত ভুগিব পাৰে | প্ৰেমত সফলতা পাব | মনৰ আশা পূৰ্ণ হ’ব। শুভ সংখ্যা ৫ , শুভ ৰং মেৰুণ |

বৃশ্চিক – কৰ্মশক্তি বৃদ্ধি পাব | একো কথাতে আনৰ ওপৰত নিৰ্ভয় নকৰিব | শাৰীৰিক-মানসিক স্থিতি সবল |শুভ সংখ্যা ৩ , শুভ ৰং আকাশী |

ধনু – কোনো দুৰ্যোগৰ মুখামুখি হ’ব | চঞ্চলতা কমাব | আবেগ বৰ্জন কৰক | পিছবেলা শুভ কাৰ্য নকৰিব | শুভ সংখ্যা ৯, শুভ ৰং মাখন |

মকৰ – কৰ্মত কষ্টৰ ফল লাভ কৰিব | শিক্ষাৰ্থী সকলৰ বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে | শুভ সংখ্যা ৭, শুভ ৰং ৰূপালী |

কুম্ভ – কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে | ধনৰ লালসা বাঢ়িব|যান-বাহনক ক্ষতি | শুভ সংখ্যা ৮, শুভ ৰং ৰঙা |

মীন – স্বাৰ্থ নাৰাখি কাম কৰিলে সুফল পাব |কৰ্মত পদোন্নতিৰ যোগ | বিদ্যাত আনন্দ | শুভ সংখ্যা ১ , শুভ ৰং পাতল নীলা |










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে