--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মানুহৰ মৃত্যুৰ পিছত একোৱেই নিজৰ হৈ নাথাকে। তেওঁৰ সকলো সম্পত্তি আন কাৰোবাৰ হাতলৈ যায়। কিন্তু মৃত মানুহৰ কাপোৰ আনে পিন্ধা নিষেধ। সেই পোছাক যিমানেই দামী বা ফেশ্বনেবল নহওক কিয়, পিন্ধিব নোৱাৰি।

কিন্তু কিয় এনেকুৱা হয়, ইয়াৰ আঁৰত কিবা বৈজ্ঞানিক কাৰণ আছে নে কোনো অজ্ঞাত ৰহস্য লুকাই আছে? এই প্ৰশ্নৰ উত্তৰ সকলোৱে জানিব বিচাৰে। 

এই সন্দৰ্ভত ধৰ্মীয় পণ্ডিতসকলে কয় যে মানুহৰ মৃত্যু হ’লে তেওঁৰ আত্মাই শৰীৰ এৰি যায়। কিন্তু কোনোবাই মৃত ব্যক্তিজনৰ কাপোৰ পৰিধান কৰিলে তেওঁৰ সেই প্ৰিয় বস্তুবোৰৰ গোন্ধ পাই তেওঁৰ আত্মা নিজৰ ঘৰলৈ বা পৰিয়ালৰ ওচৰলৈ উভতি আহিব পাৰে।

ফলত মৃত্যুৰ পাছতো তেওঁ নিজৰ পৰিয়ালৰ প্ৰতি থকা মোহ ত্যাগ কৰিব নোৱাৰিব আৰু ঘৰৰ ওচৰতে থাকিব। কিন্তু মৃত্যুৰ পিছত তেওঁলোক আৰু পূৰ্বৰ অৱস্থাত নাথাকে। মৃত্যুৰ পাছত তেওঁলোক এটা শক্তিলৈ ৰূপান্তৰিত হয়। এই শক্তি ধনাত্মক বা ঋণাত্মক হ’ব পাৰে। সেই শক্তি যদি নেতিবাচক হয় তেন্তে ঘৰখনত অশুভ প্ৰভাৱ পৰে। গতিকে মৃত ব্যক্তিজনে পৰিধান কৰা সকলো কাপোৰ জ্বলাই দিয়া হয়।

মৃত ব্যক্তিৰ কাপোৰ কেতিয়াও ব্যৱহাৰ নকৰিবলৈ বিজ্ঞানীসকলেও কয়। ইয়াৰ আঁৰত এটা বৈজ্ঞানিক কাৰণ আছে। কাৰণ মৃত্যুৰ আগতে মানুহ বহুত দুৰ্বল হৈ পৰে। যাৰ ফলত সকলো ভাইৰাছ আৰু বেক্টেৰিয়াই বাহ সাজে আৰু সেই ব্যক্তিজনৰ শৰীৰত এক প্ৰকাৰৰ ৰোগে বাহ সাজে।

এই ৰোগৰ বাবে ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। গতিকে সেই পোছাক পিন্ধা ব্যক্তিজনৰো সেই ৰোগ হ’ব পাৰে। এই কাৰণেই মৃত মানুহৰ কাপোৰ কেতিয়াও পিন্ধিব নালাগে। বৰঞ্চ ইয়াক জ্বলাই দিব লাগে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে